ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Achurjya Borpatra I “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।”- আচুৰ্য বৰপাত্ৰ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
March 22, 2023
Reading Time: 1 min read
A A
0
Achurjya Borpatra I “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।”- আচুৰ্য বৰপাত্ৰ

RELATED POSTS

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

কোনো ৰাজনৈতিক দলত (Political Party) যোগদান নকৰে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই (Achurjya Borpatra)। ইমান দিনে ওলাই থকা বাতৰি সমূহক ভিত্তিহীন বুলি স্পষ্ট কৰি কণ্ঠশিল্পী গৰাকীয়ে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত (Social Media) পষ্ট দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ নিজাববীয়াকৈ নজনোৱালৈকে সংবাদ মাধ্যমক ৰাইজৰ মাজত খোকোজা নলগাবলৈ আহ্বান জনাই কণ্ঠশিল্পী গৰাকীয়ে ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থকা বুলি মন্তব্য কৰে।

Achurjya Borpatra
ৰাজনৈতিক দলত যোগদান নকৰে আচুৰ্য্যই:

তেওঁ কয় যে, “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন। মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব। ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ। অনুগ্ৰহ কৰি ভুল কথাবোৰক প্ৰচাৰ নকৰিব। কাতৰ অনুৰোধ। গানৰ হৈ থাকিবলৈ দিয়ক,গান গাবলৈ দিয়ক।🙏”

উল্লেখ্য যে, বিগত দিন ধৰি আচুৰ্য বৰপাত্ৰই গেৰুৱা বস্ত্ৰ পিন্ধাক লৈ সৰ্বত্ৰে এক চৰ্চাৰ সৃষ্টি হৈছিল। পূৰ্বে যেনেদৰে শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰিছিল, তেনেদৰে আচুৰ্য্য বৰপাত্ৰও কৰিব বুলি খবৰ আহিছিল। কিন্তু শেহতীয়াকৈ এই সকলো কথাক ভুৱা আখ্যা দি কণ্ঠশিল্পী গৰাকীয়ে নিজ স্পষ্টীকৰণ দাঙি ধৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Achurjya Borpatra
Share5Tweet3Send

Related Posts

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
51
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

by News Desk
October 17, 2026
58
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

by News Desk
October 17, 2026
55
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
Assam

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

by News Desk
October 17, 2026
55
ADVERTISEMENT
Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ
National-International

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
52
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি
National-International

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
51
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ
National-International

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026
51
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

Rajnath Singh : সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ দুমুখীয়া নীতি নহয়, এছচিঅ’ শীৰ্ষ সন্মিলনত পাক বৈদেশিক মন্ত্ৰীৰ সন্মুখত কঠোৰ বাৰ্তা ৰাজনাথ সিঙৰ

October 20, 2026
Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

Yusuf Pathan : তৃণমূল ত্যাগ কৰাৰ উপহাৰ, ইউছুফ পাঠানে ঘূৰাই পালে গুজৰাটত বেদখলৰ জাননী পোৱা মাটি

October 20, 2026
Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

Air India : অৱতৰণৰ সময়ত চৰাইৰ আঘাত, ১৪৮ যাত্ৰীসহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান বেংগালুৰুত অৱতৰণ

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d