ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Question Paper Leak I নগাঁৱত ভূগোলৰ ভুৱা প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া : অভিযুক্ত ছাত্ৰ আটক

জিতেন বৰকটকীঃ নগাঁও

News Desk by News Desk
March 18, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ

Nagaon I নগাঁৱত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ‘কল্লোল’ চলচ্চিত্ৰ মহোৎসৱ

Bokakhat I বোকাখাতত ৰাগবী খেলৰ প্ৰশিক্ষণ শিৱিৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা আৰু পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি চলি থকা উত্তেজনা আৰু প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি নগাঁৱত (Nagaon) হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ প্ৰশ্ন কাকত ফাদিল (Question Paper Leak) হোৱা বুলি প্ৰচাৰ হোৱা ঘটনাই সমগ্র ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Reaction) সৃষ্টি কৰে।

 প্ৰশ্নকাকত
নগাঁৱত ভূগোলৰ ভুৱা প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া:

জানিব পৰা মতে নগাঁৱৰ এজন ছাত্ৰই ভূগোল বিষয় (subject of geography)ৰ ভুৱা প্ৰশ্ন কাকত ফাদিল কৰি ৰাজ্যখনৰ লাখ লাখ পৰীক্ষাৰ্থীক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। এজন শিক্ষকৰ পৰা এই বিষয়টো অৱগত হোৱাৰ পিছত নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে ভূৱা প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন ছাত্ৰই সামাজিক মাধ্যমত ভাইৰেল (Viral on social media) কৰিছিল ভূগোল বিষয়ৰ ভুৱা প্ৰশ্ন কাকত। তেওঁ ২২৫ জনীয়া ৱাটছ আপ গ্ৰুপ (whatsup group) খুলি ফাদিল কৰিছিল ভূগোল বিষয়ৰ ভুৱা প্ৰশ্ন কাকত। ছাত্ৰজনে নগাঁৱৰ চকলাঘাটৰ দুগৰাকী ছাত্ৰীকো দিছিল ভুৱা প্ৰশ্ন কাকত। ছাত্ৰজন নগাঁও চহৰৰ সমীপৰ বৰভেটি অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ। সেইখন বিদ্যালয়ৰ পৰা নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা তেওঁ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

আনহাতে নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শকে দিয়া এজাহাৰৰ ভিত্তিত নগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই আজি বিয়লি অভিযুক্ত ছাত্ৰজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ইপিনে ভুগোল বিষয়ৰ ভুৱা প্ৰশ্নকাকত বিয়পোৱা চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী। আজি নগাঁও আৰক্ষীয়ে ফৌজদাৰীপট্টি কাঠমিল চাৰিআলিৰ উত্তৰণ একাডেমীৰ এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক আটক কৰাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক লীনা দলে (Nagaon S.P. Leena Dolay)য়ে এই সন্দৰ্ভত সন্ধিয়া এক সংবাদমেলৰ আয়োজন কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদমেলত জনোৱা মতে “Protest for HSLC Sibasagar” নামৰ হোৱাটছ এপ গ্ৰুপৰ জৰিয়তে ভুগোলৰ ভুৱা প্ৰশ্নকাকতখন ভাইৰেল হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে আটকাধীন নাবালকগৰাকীয়ে গ্ৰুপটোত পোৱা প্ৰশ্নকাকতখন তেওঁৰ হোৱাটছ এপৰ ষ্টেটাছৰ জৰিয়তে বিয়পাই দিয়ে। কিন্তু কোনে এই প্ৰশ্নকাকতখন ভাইৰেল কৰিছিল সেই বিষয়ে আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই। আৰক্ষীয়ে গ্ৰুপটোৰ ৮ জন এডমিনকো এই সন্দৰ্ভত আটক কৰি জেৰা চলাব বুলি জানিবলৈ দিয়ে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Fake Question Papersubject of geographyভুৱা প্ৰশ্নকাকত
Share5Tweet3Send

Related Posts

Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ
Assam

Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ

by Staff Reporter
March 24, 2023
53
Nagaon I নগাঁৱত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ‘কল্লোল’ চলচ্চিত্ৰ মহোৎসৱ
Assam

Nagaon I নগাঁৱত ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ ‘কল্লোল’ চলচ্চিত্ৰ মহোৎসৱ

by ASSAM TIMES POST
March 23, 2023
55
Bokakhat I বোকাখাতত ৰাগবী খেলৰ প্ৰশিক্ষণ শিৱিৰ
Assam

Bokakhat I বোকাখাতত ৰাগবী খেলৰ প্ৰশিক্ষণ শিৱিৰ

by News Desk
March 22, 2023
54
Achurjya Borpatra I “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।”- আচুৰ্য বৰপাত্ৰ
Assam

Achurjya Borpatra I “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন।”- আচুৰ্য বৰপাত্ৰ

by Staff Reporter
March 22, 2023
50
Nagaon I নগাঁৱত পশুধনৰ সুষম খাদ্য আৰু ঘাঁহ উৎপাদন সম্পৰ্কীয় সজাগতা কৰ্মশালা
Assam

Nagaon I নগাঁৱত পশুধনৰ সুষম খাদ্য আৰু ঘাঁহ উৎপাদন সম্পৰ্কীয় সজাগতা কৰ্মশালা

by News Desk
March 21, 2023
175
Bokakhat I বোকাখাত নগৰৰ বাবে খচৰা মাষ্টাৰ প্লেন প্ৰকাশৰ সন্দৰ্ভত বৈঠক
Assam

Bokakhat I বোকাখাত নগৰৰ বাবে খচৰা মাষ্টাৰ প্লেন প্ৰকাশৰ সন্দৰ্ভত বৈঠক

by News Desk
March 20, 2023
55
ADVERTISEMENT
‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য
National-International

‘গান্ধীবাদৰ লগত বিশ্বাসঘাতকতা’! ৰাহুলৰ পক্ষত আমেৰিকান কংগ্ৰেছৰ এজন ভাৰতীয় মূলৰ সদস্য

March 25, 2023
50
অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’
Guwahati

অসম-মেঘালয়-অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিশেষ সুবিধা ‘ভাৰত গৌৰৱ’

March 25, 2023
50
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1849) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5201) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: