ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ৰাৱৰিৰ পিছত এইবাৰ লালু, চিবিআইৰ জেৰা লালু প্ৰসাদ যাদৱক

নিউজ ডেস্কঃ

News Desk by News Desk
March 7, 2023
Reading Time: 1 min read
A A
0
ৰাৱৰিৰ পিছত এইবাৰ লালু, চিবিআইৰ জেৰা লালু প্ৰসাদ যাদৱক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

সোমবাৰে পত্নী ৰাৱৰি (Rabri)ৰ পিছত মঙলবাৰে স্বামী লালুপ্ৰসাদ (Lalu Prasad)। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav)ক জেৰা কৰিবলৈ দিল্লীত তেওঁৰ কন্যাৰ ঘৰত উপস্থিত হয় চিবিআই। বৰ্তমান লালু আৰজেডিৰ সাংসদ মিছা ভাৰতী (MP Misa Bharati)ৰ ঘৰত থাকে। তাতেই লালুক কৰ্মসংস্থাপনৰ বিনিময়ত মাটি লোৱাৰ (আই আৰ চি টি চি) গোচৰত অনিয়ম প্ৰসঙ্গত জেৰা কৰা হয়। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই সোমবাৰে লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰি দেৱীকো জেৰা কৰে।

BIHAR1 | ASSAM TIMES POST

মাত্ৰ দুদিন পূৰ্বে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অবিজেপিৰ কেইবাগৰাকীও ৰাজ্যিক মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছিল। পত্ৰখনৰ মূল কথাটো আছিল কেন্দ্ৰীয় সংস্থাটোৱে বিৰোধীৰ ওপৰত চাপ প্ৰয়োগ কৰা। অভিযোগ উত্থাপন হোৱাৰ পাছতো বিজেপিত যোগদান কৰা নেতাসকলৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰ। ৪৮ ঘন্টাৰ ভিতৰতে চিবিআয়ে দিল্লীৰ ঘৰত উপস্থিত হৈ তেজস্বীৰ পিতৃ লালুক জেৰা কৰে। উল্লেখ্য, প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত স্বাক্ষৰকাৰীসকলৰ ভিতৰত অন্যতম আছিল তেজস্বীও।

সূত্ৰ অনুসৰি, চিবিআয়ে ১৪ বছৰীয়া চাকৰিৰ বিনিময়ত মাটি লোৱাৰ গোচৰত লালুক সোধা-পোছা কৰি কিছু নিৰ্দিষ্ট তথ্য লাভ কৰিব বিচাৰিছে। চিবিআইৰ সূত্ৰ অনুসৰি, এই গোচৰত লালুলৈও চমন প্ৰেৰণ কৰা হৈছিল। সেই উদ্দেশ্যে পুৱাতেই দিল্লীৰ লালুৰ কন্যা মিছাৰ ঘৰত চিবিআই হাজিৰ হয়। বহিঃৰাজ্যৰ পৰা অস্ত্ৰোপচাৰ কৰি উভতি অহাৰ পিছৰে পৰা দিল্লীত থকা কন্যাৰ ঘৰত থাকে লালু। তাৰ বাবেই মিছাৰ ঘৰতেই লালুক জেৰা কৰিব বিচাৰিছে তদন্তকাৰীয়ে। যোৱা সোমবাৰে লালুৰ পত্নী ৰাৱৰিৰ পাটনা বাসগৃহতো তেওঁক জেৰা কৰিছিল।

Tags: Lalu Prasad YadavRabri Deviলালু প্ৰসাদ যাদৱৰাৱৰি দেৱী
Share4Tweet3Send

Related Posts

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

by News Desk
May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

by News Desk
May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

by Staff Reporter
May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

by Staff Reporter
May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT