ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

নিউজ ডেস্কঃ

News Desk by News Desk
October 22, 2026
Reading Time: 1 min read
A A
0
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

RELATED POSTS

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

New Logo Smal | ASSAM TIMES POST

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ (Gyanesh Kumar) বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’। উৎসৱৰ পিছত বৃহস্পতিবাৰে তেওঁলোকে বৈঠকত মিলিত হৈ কৌশলৰ সিদ্ধান্ত ল’ব পাৰে। ‘ইণ্ডিয়া’ৰ নেতাসকলে সন্ধিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হ’বলৈ ওলাইছে বুলি সংবাদ সংস্থা এএনআয়ে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত হ’ব এই বৈঠক। সূত্ৰ অনুসৰি, মমতা বেনাৰ্জী, ছোনিয়া গান্ধী, ৰাহুল গান্ধীয়ে এই বৈঠকত উপস্থিত থাকিব পাৰে। অৱশ্যে বৃহস্পতিবাৰৰ বৈঠক সন্দৰ্ভত মিত্ৰজোঁটে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

india1 | ASSAM TIMES POST
জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু ভোটাৰ তালিকাৰ বিশেষ সংশোধন বাতিলৰ দাবীত ককৰোচ জনতা পাৰ্টীয়ে আৰম্ভ কৰা আন্দোলনে কংগ্ৰেছ, তৃণমূল, সমাজবাদী পাৰ্টী, আপ আদি বিজেপি বিৰোধী দলৰো সমৰ্থন লাভ কৰিছে। ইয়াৰ পূৰ্বে ‘ইণ্ডিয়া’ৰ নেতাসকলে চিজেপিয়ে আহ্বান কৰা আন্দোলনত যোগদান কৰিছিল। জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে আন্দোলন বন্ধ নকৰে বুলি কৈছে ৰাহুল গান্ধীয়ে। অৱশ্যে দুৰ্গা পূজা আৰু দীপাৱলীৰ মাজত প্ৰতিবাদৰ কাৰ্যসূচী কিছু লেহেমীয়া হৈছে। নৱেম্বৰৰ আৰম্ভণিৰ পৰা পুনৰ পূৰ্ণগতিত আৰম্ভ কৰিবলৈ বদ্ধপৰিকৰ বিৰোধী। বৃহস্পতিবাৰৰ বৈঠকত এই বিষয়ে আলোচনা হ’ব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumar
Share4Tweet3Send

Related Posts

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

by News Desk
October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

by News Desk
October 22, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP protest : যন্তৰ-মন্তৰত আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি জে’লৰ পৰা ওলাল চিজেপি নেতা সৌৰভ-আশুতোষ

by News Desk
October 22, 2026
50
United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত
National-International

United Nations : মানৱ অধিকাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগৰ আহিলা নহয়, ৰাষ্ট্ৰসংঘত পঁইতাচোৰাৰ আন্দোলন সন্দৰ্ভত ভাৰত

by News Desk
October 21, 2026
52
Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি
National-International

Dussehra : দশেৰাত ৰাৱণৰ সৈতে দিল্লীত জ্বলিল পঁইতাচোৰাৰো প্ৰতিমূৰ্তি

by News Desk
October 21, 2026
51
PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা
National-International

PM Modi : ভাৰতক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, দিল্লীত দশেৰা উদযাপনত মোদীৰ প্ৰতিজ্ঞা

by News Desk
October 21, 2026
51
ADVERTISEMENT
Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী
National-International

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
50
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন
National-International

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

October 22, 2026
50
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ
National-International

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

October 22, 2026
50
Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা

October 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ সাজু বিৰোধী

October 22, 2026
Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

Crime Branch : জে’লৰ পৰা ওলালেও বিপদ শেষ হোৱা নাই চিজেপি নেতাৰ, এইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ চমন

October 22, 2026
France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

France violence : ফ্ৰান্সত অশান্তিকৰ পৰিস্থিতিৰ বাবে প্ৰবাসী ভাৰতীয়লৈ নিৰ্দেশনা জাৰি নতুন দিল্লীৰ

October 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d