ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

নিউজ ডেস্কঃ

News Desk by News Desk
March 6, 2023
Reading Time: 1 min read
A A
0
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

অনলাইনত চিনাকি (Known online) হোৱা এজন ব্যক্তিৰ দ্বাৰা নিৰ্যাতিত হৈছিল এগৰাকী কিশোৰী। তাৰ ধৰ্ষণ (Rape)ৰ ফলত তেওঁ গৰ্ভৱতী (Pregnant) হৈয়। কিন্তু এই কথা কাকো নোকোৱাকৈ ইউটিউব (Youtube) ভিডিঅ’ চাই ঘৰতে সন্তান জন্ম (Birth of a child) দিয়ে কিশোৰীগৰাকীয়ে। তাৰ পিছত ডিঙি চেপি হত্যা (Strangling murder) কৰে নৱজাতকটোক (New born)।

ইউটিউব
ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ:

মহাৰাষ্ট্ৰৰ নাগপুৰ (Nagpur)ৰ আম্বাজাৰী (Ambajari) অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ছচিয়েল মিডিয়াৰ জৰিয়তে ১৫ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে এজন ব্যক্তিয়ে কথা-বতৰা পাতিছিল। লগ পোৱাৰ সময়তে নাবালিকাগৰাকীক ধৰ্ষণ কৰে আৰু তাৰ পিছত তেওঁ গৰ্ভৱতী হয়।

কিন্তু এই বিষয়ে তেওঁ ঘৰত কাকো একো কোৱা নাছিল। আচলতে গৰ্ভাৱস্থাৰ বাবে তেওঁৰ পেট ফুলাৰ কথা কোনোবাই সুধিলে তেওঁ তাক শাৰীৰিক সমস্যা বুলি উলাই কৰি দিয়ে।

গোটেই কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিবলৈ কিশোৰীগৰাকীয়ে ইউটিউবত ঘৰতে সন্তান জন্ম দিয়াৰ বিষয়ে কেইবাটাও ভিডিঅʼ চাইছিল। তাৰ পিছত সেই ভিডিঅʼটোত দেখুওৱা পদ্ধতি অনুসৰি ২ মাৰ্চত ঘৰতে কন্যা সন্তান জন্ম দিলে। কিন্তু ধৰা পৰাৰ ভয়ত প্ৰসৱৰ পিছত শিশুটিক ডিঙি চেপি হত্যা কৰে। ঘৰত এটা বাকচত লুকুৱাই ৰাখে মৃতদেহটো।

ঘটনাৰ সময়ত কিশোৰীগৰাকীৰ মাতৃ ঘৰত নাছিল। পিছত ঘৰলৈ উভতি অহাৰ পাছত তেওঁক অসুস্থ হৈ পৰা দেখি তাৰ কাৰণ সোধাত ভুক্তভোগী ছোৱালীজনীয়ে মাতৃক সকলো কথা কয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰক্ষীকো খবৰ দিয়া হয়।

আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ঘটনাৰ পিছত অৱশ্যে বৰ্তমান সুস্থ তেওঁ। ভাৰতীয় দণ্ডবিধি আৰু POCSO আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিলে নাবালিকাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হʼব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Tags: ChildbirthYoutubeইউটিউবসন্তান প্ৰসৱ
Share4Tweet3Send

Related Posts

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

by News Desk
July 24, 2026
50
ADVERTISEMENT
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026
50
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT