ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Agneepath I অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত, আদালতে হস্তক্ষেপ নকৰে

নিউজ ডেস্কঃ

News Desk by News Desk
February 27, 2023
Reading Time: 1 min read
A A
0
Agneepath I অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত, আদালতে হস্তক্ষেপ নকৰে

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

দিল্লী উচ্চ ন্যায়ালয়ত মুখৰক্ষা কেন্দ্ৰৰ। সশস্ত্ৰ বাহিনীত প্ৰাৰ্থী নিযুক্তিৰ বাবে কেন্দ্ৰৰ অগ্নিপথ আঁচনিৰ (Agneepath Scheme) প্ৰত্যাহ্বান জনোৱা আবেদনসমূহ আদালতে খাৰিজ (Dismissed in court) কৰে। দিল্লী উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ যে কেন্দ্ৰীয় চৰকাৰে আঁচনিখনত হস্তক্ষেপ কৰাৰ কোনো বৈধ কাৰণ নাই (No valid reason)। আদালতে যুক্তি দিয়ে যে এই আঁচনিখন দেশৰ স্বাৰ্থত আৰু যিকোনো প্ৰতিৰক্ষামূলক কামত সশস্ত্ৰ বাহিনীক শক্তিশালী আৰু সংগঠিত কৰাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে।

অগ্নিপথ
অগ্নিপথ প্ৰকল্প দেশৰ স্বাৰ্থত, আদালতে হস্তক্ষেপ নকৰে:

দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court) মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমণিয়ম প্ৰসাদৰে গঠিত বিভাগীয় বিচাৰপীঠে ৰায় দিয়ে। আবেদনসমূহ খাৰিজ কৰাৰ সময়ত বিভাগীয় বিচাৰপীঠে আৰু লক্ষ্য কৰে যে আবেদনকাৰীসকলৰ এই ধৰণে নিযুক্তি বিচৰাৰ কোনো অধিকাৰ নাই। এই ৰায় যোৱা বছৰৰ ১৫ ডিচেম্বৰৰ পৰা সংৰক্ষিত আছিল।

উল্লেখ্য, ২০২২ চনৰ ১৪ জুনত ভাৰতীয় যুৱক-যুৱতীক সশস্ত্ৰ বাহিনীত নিয়োগ কৰিবলৈ অগ্নিপথ আঁচনি আৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীসকলে ‘অগ্নিবীৰ’ হিচাপে চাৰি বছৰ দেশৰ সেৱা আগবঢ়াব বুলি সিদ্ধান্ত লোৱা হৈছিল।

অগ্নিপথ আঁচনিৰ অধীনত ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাত মুঠ ৪৬ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল কেন্দ্ৰই। সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মুৰব্বীৰ বৈঠকৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চাড়ে ১৭ বছৰৰ পৰা ২১ বছৰ বয়সৰ ভিতৰৰ যুৱক-যুৱতীসকলক ‘অগ্নিবীৰ’ হিচাপে নিযুক্তি দিয়া হʼব। কেন্দ্ৰই লগতে ঘোষণা কৰে যে এই প্ৰকল্পৰ একমাত্ৰ উদ্দেশ্য হৈছে এক অনুশাসিত আৰু দক্ষ সেনাবাহিনী সৃষ্টি কৰা।

কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত সমগ্ৰ দেশত জুই জ্বলি উঠে। যাৰ সূত্ৰপাত হৈছিল বিহাৰত। ভাৰতীয় সেনাবাহিনীত বিষয়া-জোৱানৰ সাধাৰণ নিযুক্তিৰ বয়স ১৮-২৫ বছৰ বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। নতুন বয়সৰ সীমাত বহু যুৱকে চাকৰিৰ সুযোগ হেৰুৱাব। ইয়াৰ বাহিৰেও কৰোনা পৰিস্থিতিৰ বাবে দুবছৰৰ বাবে সেনা নিযুক্তি স্থগিত ৰখাৰ বাবে চাকৰি প্ৰত্যাশীসকলৰ বয়স বৃদ্ধি পাইছে। ফলত আৰু বহুতৰে সশস্ত্ৰ বাহিনীত যোগদানৰ সপোন পূৰণ নহ’ব। ইয়াৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰথম বেটচত অগ্নিবীৰ নিযুক্তিৰ উচ্চ সীমা ২১ৰ পৰা ২৩লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

কিন্তু ইয়াৰ দ্বাৰাও পৰিস্থিতি শান্ত নহয়। অগ্নিপথ প্ৰকল্পত ‘চুক্তিবদ্ধ সৈন্য’ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সশস্ত্ৰ বাহিনীত স্থায়ী নিযুক্তিৰ অন্ত পৰিব পাৰে বুলিও আশংকা কৰা হৈছে। এই সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়তো কেইবাটাও গোচৰ ৰুজু কৰা হয়। দিল্লী উচ্চ ন্যায়ালয়তো কেইবাখনো আৱেদন দাখিল কৰা হয়। সোমবাৰে সেই সকলোবোৰ আবেদন নাকচ কৰে আদালতে।

Tags: Agneepath SchemDelhi High Courtঅগ্নিপথদিল্লী উচ্চ ন্যায়ালয়
Share4Tweet3Send

Related Posts

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

by News Desk
June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

by News Desk
June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

by News Desk
June 24, 2026
50
Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু
National-International

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

by News Desk
June 24, 2026
50
Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন
National-International

Medical education system : দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

by News Desk
June 24, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
ADVERTISEMENT
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি
National-International

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026
50
Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ
National-International

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
Assam Announces Supplementary Exams for Higher Secondary Students

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx