ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court I আদানিকাণ্ডৰ দৰে পৰিস্থিতি হ’লে বিনিয়োগকাৰীক কেনেকৈ সুৰক্ষিত কৰিব পাৰি : উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
February 11, 2023
Reading Time: 1 min read
A A
0
Supreme Court I আদানিকাণ্ডৰ দৰে পৰিস্থিতি হ’লে বিনিয়োগকাৰীক কেনেকৈ সুৰক্ষিত কৰিব পাৰি : উচ্চতম ন্যায়ালয়

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ভাৰতীয় বিনিয়োগকাৰীৰ (Indian investors) স্বাৰ্থ সুৰক্ষিত কৰাটো প্ৰয়োজন। আদানীকাণ্ডৰ পৰিস্থিতিৰ এই কেলেংকাৰীৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এনে মন্তব্য কৰে। তাৰ বাবে ভাৰতৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়াক (ছেবি) শক্তিশালী কৰাৰ প্ৰয়োজন।
একে সময়তে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) কেন্দ্ৰীয় চৰকাৰ আৰু ছেবিক (Central Government and SEBI) এই পৰিস্থিতিৰ পৰা বিনিয়োগকাৰীক কেনেদৰে সুৰক্ষিত কৰিব পাৰি সেই সন্দৰ্ভত প্ৰশ্ন কৰে।

আদানিকাণ্ড
Central Government and SEBI:

এই সন্দৰ্ভত সোমবাৰৰ ভিতৰত কেন্দ্ৰ আৰু শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰকক অৱগত কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে। আদালতে ছলিচিটৰ জেনেৰেলক কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সৈতে এই বিষয়ত আলোচনা কৰিবলৈও কয়।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “বিদেশী সংস্থাটোৰ প্ৰতিবেদন (হিণ্ডেনবাৰ্গ ৰিপোৰ্ট) প্ৰকাশ পোৱাৰ পিছৰে পৰা ছেবিয়ে আদানী (Adani)ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থায়ো তদন্ত আৰম্ভ কৰিছে।”

উচচতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ শুনানি গ্ৰহণ কৰিছিল। বিচাৰপীঠে কয় যে ভাৰতীয় বজাৰত অনিশ্চয়তাৰ সৃষ্টি হʼলে বিনিয়োগকাৰী যাতে সুৰক্ষিত হয় তাৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থা পৰীক্ষা কৰা আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে। যোৱা কেইসপ্তাহমানৰ পৰা বজাৰত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবেই এই চিন্তাৰ সৃষ্টি হৈছে।

আদালতৰ নিৰীক্ষণ, পৰিস্থিতি ৰক্ষাৰ বাবে নিয়ন্ত্ৰণ কাঠামোৰ সঠিক মূল্যায়ন আৰু বিনিয়োগকাৰীৰ স্বাৰ্থত নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাৰ প্ৰয়োজন।২৪ জানুৱাৰীত আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰৰ মূল্য যথেষ্ট হ্ৰাস পাইছে।ইয়াৰ ফলত উদ্বেগ প্ৰকাশ পাইছে যে ভাৰতীয় ষ্টেট বেংক আৰু আদানীক ঋণ দিয়া জীৱন বীমা কোম্পানীও ঋণৰ বোজাৰ বাবে বিপদত পৰিব পাৰে নেকি? সেই প্ৰসংগতেই উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ।

Tags: Adani GroupCentral Government and SEBIsupreme courtউচ্চতম ন্যায়ালয়কেন্দ্ৰীয় চৰকাৰ আৰু ছেবি
Share4Tweet3Send

Related Posts

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

by News Desk
May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

by News Desk
May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

by News Desk
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

by Staff Reporter
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT