ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

নিউজ ডেস্কঃ

News Desk by News Desk
January 30, 2023
Reading Time: 1 min read
A A
0
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST
স্ব-ঘোষিত গডমেন আশাৰাম বাপুক (Asaram Bapu) ধৰ্ষণকাৰীৰ আখ্যা (Rapist’s name) দিলে গুজৰাটৰ গান্ধীনগৰৰ এখন আদালতে (court in Gandhinagar, Gujarat)। ২০১৩ চনত আশাৰাম বাপুৱে এগৰাকী মহিলা শিষ্যক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰু আশাৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। শেহতীয়াকৈ এই অভিযোগৰ আধাৰ আশাৰাম বাপুক দোষী সাব্যস্ত কৰা হৈছে। ইয়াৰ বিপৰীতে, গোচৰটোৰ সৈতে জড়িত আন ৬ জনক দোষমুক্ত ঘোষণা কৰে আদালতে, যাৰ ভিতৰত আশাৰামৰ পত্নীও অন্তৰ্ভূক্ত হৈ আছে।

RELATED POSTS

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

ASARAM BAPU | ASSAM TIMES POST

আহমেদাবাদৰ চান্দখেদা আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি, ২০০১ ৰ পৰা ২০০৬ চনতে আশাৰাম বাপুৱে তেওঁৰ চহৰৰ উপকণ্ঠত আশ্ৰমত থকা শিষ্য মহিলাগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰিছিল।

উল্লেখ্য যে, এই বিতৰ্কিত গডমেনজন বৰ্তমান যোধপুৰৰ কাৰাগাৰত আন এটা ধৰ্ষণৰ গোচৰত বন্দী হৈ আছে। চুৰাটৰ এগৰাকী মহিলাই ২০১৩ চনৰ অক্টোবৰত আশাৰাম বাপু আৰু আন ৭ জনৰ বিৰুদ্ধে ধৰ্ষণ আৰু অবৈধ ভাৱে বন্দী কৰি ৰখাৰ গোচৰ ৰুজু কৰিছিল। এই ৭ জনৰ ভিতৰত ইতিমধ্যে এজনৰ মৃত্যু হৈছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Godman Asaram Bapuগডমেন আশাৰাম বাপু
Share4Tweet3Send

Related Posts

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

by Staff Reporter
March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

by Staff Reporter
March 25, 2023
50
Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?
National-International

Rahul Gandhi disqualified I খাৰিজ হোৱা সাংসদ পদ কোন পথেৰে ঘূৰাই পাব পাৰে ৰাহুল গান্ধীয়ে?

by News Desk
March 24, 2023
54
Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ
National-International

Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

by News Desk
March 24, 2023
54
North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ
National-International

North Korea I উত্তৰ কোৰিয়াৰ হাতত নতুন অস্ত্ৰ! এইবাৰ পানীৰ তলত পাৰমাণৱিক আক্ৰমণ

by News Desk
March 24, 2023
53
Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ
National-International

Lok Sabha I আলোচনা অবিহনেই লোকসভাত গৃহীত বিত্ত বিধেয়ক! প্ৰতিবাদ বিৰোধীৰ

by News Desk
March 24, 2023
52
ADVERTISEMENT
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:
Political

Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

March 24, 2023
52
Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ
Assam

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1848) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5200) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: