উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্য অৰ্থাৎ ত্ৰিপুৰা(Tripura) আৰু মেঘালয়ৰ(Meghalaya) ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ(Assembly Election) দিন সলনি কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। অহা ২৭ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ নিৰ্বাচন এতিয়া আয়োগৰ সিদ্ধান্ত অনুসৰি ১০ দিন পূৰ্বে অৰ্থাৎ অহা ১৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে অনুষ্ঠিত কৰা হ’ব।
একেদৰে অহা ১৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগে।