ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‘পাঠানʼৰ পোষ্টাৰ ছিঙি ছবিগৃহ জ্বলাই দিয়াৰ ভাবুকি হিন্দুত্ববাদীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 25, 2023
Reading Time: 1 min read
A A
0
‘পাঠানʼৰ পোষ্টাৰ ছিঙি ছবিগৃহ জ্বলাই দিয়াৰ ভাবুকি হিন্দুত্ববাদীৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

‘পাঠান’ Pathan আৰু বিতৰ্ক যেন সমাৰ্থক। তাৰ মাজতে মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত তীব্ৰ ভিৰ কৰা দেখা গৈছে। যিটোৱে স্বাভাৱিকতে ইংগিত দিয়ে যে অনুৰাগীয়ে বিতৰ্কৰ প্ৰতি একেবাৰেই গুৰুত্ব দিয়া নাই। আনহাতে, মুক্তিৰ প্ৰাকক্ষণতো হিন্দুত্ববাদীসকলে ‘পাঠান’ বৰ্জনৰ আহ্বানত ব্যস্ত।

Pathan
শাম কটা নাই “পাঠান” বিতৰ্কৰ…

আহমেদাবাদৰ Ahmedabad পিছত অসম Assam, এতিয়া বিহাৰ Bihar। মঙলবাৰে সন্ধিয়া ভাগলপুৰৰ এটা ছবিগৃহত বজৰং দল Bajrang আৰু এবিভিপি ABVP ৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। চিনেমা হলৰ বাহিৰত ‘পাঠান’ ৰ পোষ্টাৰ ফালি জ্বলাই প্ৰতিবাদ আৰম্ভ কৰে।

একাংশ সদস্যৰ মতে, যদি ছবিখন চিনেমা হলত প্ৰদৰ্শিত হয় তেন্তে কোনো ধৰণে সহ্য কৰা নহʼব। যদি ছবিখন প্ৰদৰ্শিত হয় তেন্তে চিনেমা হলটো জ্বলি ছাই হৈ পৰিব। সমগ্ৰ দেশতে ছবিখন বৰ্জন কৰিব লাগে। পৰম্পৰাগত ধৰ্মক অপমান কৰা ছবিখন কোনো কাৰণতে মানি লʼব নোৱাৰি। ঘটনাৰ পিছতে চিনেমা হলৰ মালিকে আৰক্ষীক এজাহাৰ দাখিল কৰে।

Tags: পাঠান
Share4Tweet3Send

Related Posts

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

by News Desk
June 2, 2026
50
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

by News Desk
June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

by News Desk
June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

by Staff Reporter
June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

by Staff Reporter
June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ
National-International

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

by Staff Reporter
June 2, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT