ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

“জন্মদিনত কেক কটাৰ সলনি গছপুলি ৰোপণ কৰক” : যাদৱ পায়ং

মনোজ কুমাৰ পাঠক : লংকা

News Desk by News Desk
January 24, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
লংকা (Lanka) কৃষ্ণ বৰা বি.এড. কলেজৰ মহাবিদ্যালয় (Krishna Bara B.Ed. College College College) সপ্তাহৰ (College week) চতুৰ্থ দিনাৰ কাৰ্যসুচীৰ লগত সঙ্গতি ৰাখি অসম গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েঙ (Forest Man Yadav Payeng) ডাঙৰীয়াই আমন্ত্ৰণ (Invite) ৰক্ষা কৰি মহাবিদ্যালয় প্ৰাংগনত উপস্থিত হয় । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুস্তাফিজুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাখনিত তেখেতে সাৰুৱা ভাষণেৰে মুখৰিত কৰি তোলে। 

যাদৱ পায়ং
কেক কটাৰ সলনি গছপুলি ৰোপণ কৰক” : যাদৱ পায়ং

আৰম্ভণিতে কলেজৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।তেওঁ কয় যে “ভৰিত গজাল সোমালে যিদৰে চেপটিক হয়, ঠিক সেইদৰে গছত নামফলক লগালেও গছে কষ্ট পায়।” তেওঁৰ বক্তব্যত কয় “যিহেতু অভাৱেই আৱিষ্কাৰৰ মূল, ঠিক সেইদৰে উন্নত দেশবোৰত ইতিমধ্যে প্ৰকৃতি ধ্বংস হোৱাৰ বাবেই তেওঁলোকে উপলব্ধি কৰিব পাৰিছে প্ৰকৃতিৰ উপযোগিতা। কিন্তু উন্নয়নশীল দেশ হিচাপে আমি ভাৰতীয়সকল সৌভাগ্যশালী যে প্ৰকৃতিৰ অভাৱ অনুভৱ কৰিব লগা হোৱা নাই।

RELATED POSTS

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:

লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:

HojaiP3 | ASSAM TIMES POST

তেওঁ আহ্বান জনায় যে, সেই অভাৱ যাতে আমি কোনো দিনেই অনুভৱ কৰিবলগা নহয় তাৰ বাবে সচেতন হ’ব লাগে। তেওঁ আৰু কয়, আমি অতি ভাগ্যবান যে আমাৰ দেশৰ পৰা অন্য দেশলৈ অক্সিজেন যোগান ধৰি আহিছে। তেওঁ কভিড মহমাৰীৰ সময়ত জীৱ-জন্তুৰ মুক্ত বিচৰণ স্থলী সেউজীয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য উপলব্ধি কৰিব পাৰিছিল ।

HojaiP2 1 | ASSAM TIMES POST

তেওঁ পুনৰ কয় যে “প্ৰকৃতি” বিষয়টো ৰাষ্ট্ৰীয় শিক্ষা নীতিত অন্তৰ্ভুক্ত হ’ব লাগে। তেওঁ শিক্ষাৰ্থী সকলক অনুৰোধ জনায়, জন্মদিনত কেক কটাৰ সলনি তেওঁলোকে যাতে একোটাকৈ গছপুলি ৰোপন কৰে । তেওঁ বক্তব্যৰ শেষত শিক্ষাৰ্থী সকলক আহ্বান জনায়, ভাৰতৰ বাহিৰত শিক্ষা গ্ৰহণ কৰিলেও তেওঁলোকে যাতে পুনৰ উভতি আহি নিজ দেশতেই কম দৰমহা পালেও নিজৰ দেশৰ হকে কাম কৰে আৰু প্ৰকৃতিৰ উন্নয়নত গুৰুত্ব দিয়ে ।

ADVERTISEMENT

তেখেতে মাধ্যমিক পৰ্যাযলৈকে ছাত্ৰ-ছাত্ৰীক মাতৃভাষাৰ মাধ্যমত শিক্ষা দিয়াৰ পোষকতা কৰে আৰু প্ৰত্যেককে গছ পুলি ৰোপন কৰি সেউজীয়া অসমখনি আৰু অধিক শুৱনি কৰি গঢ়ি তুলিবলৈ আহ্বান জনায়। ভাষণৰ অন্তত তেওঁ মহাবিদ্যালয় চৌহদত এজোপা বৃক্ষ ৰোপন কৰে। তেখেতৰ উপস্থিতিত শিক্ষাৰ্থীসকল যথেষ্ট উৎফুল্লিত হৈ পৰে । অৱশেষত তেখেতক কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা ধন্যবাদ জনাই বিদায় দিয়া হয় ।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: যাদৱ পায়ং
Share4Tweet3Send

Related Posts

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:

by News Desk
January 30, 2023
50
বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:
Assam

বোকাখাত জাতীয় বিদ্যালয়ত বিজ্ঞান সজাগতা সন্দৰ্ভত অন্তৰংগ অনুষ্ঠান:

by News Desk
January 30, 2023
50
লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:
Assam

লংকাত স্কুটি দুৰ্ঘটনাত কলেজীয়া ছাত্ৰীৰ মৃত্যু:

by News Desk
January 30, 2023
50
Lanka Breaking:ৰাইজে ড্ৰাগছসহ আটক কৰে দুগৰাকী ড্ৰাগছ সেৱনকাৰীক
Assam

Lanka Breaking:ৰাইজে ড্ৰাগছসহ আটক কৰে দুগৰাকী ড্ৰাগছ সেৱনকাৰীক

by ASSAM TIMES POST
January 29, 2023
55
নগাঁৱৰ হুজ গাঁওবাসীয়ে দাঙি ধৰিলে এক সুন্দৰ নিদৰ্শনঃ ১০ গৰাকী বিধৱাক দিলে বিয়া-
Assam

নগাঁৱৰ হুজ গাঁওবাসীয়ে দাঙি ধৰিলে এক সুন্দৰ নিদৰ্শনঃ ১০ গৰাকী বিধৱাক দিলে বিয়া-

by Staff Reporter
January 29, 2023
56
লংকাত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ:
Assam

লংকাত ট্ৰাকৰ ভিতৰত চালকৰ মৃতদেহ উদ্ধাৰ:

by News Desk
January 28, 2023
57
ADVERTISEMENT
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: