ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেদখলীকৃত ভূমিত উচ্ছেদ অভিযান

জিতেন বৰকটকীঃ নগাঁও :

News Desk by News Desk
January 4, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

নগাঁও চহৰৰ সমীপৱৰ্তী সোণাইঘাটত (Sonaighat near Nagaon town) নগাঁও-ধিং গড়কাপ্তানি পথৰ দাঁতিতস্থিত সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেদখলীকৃত ভূমিত (Encroached land of Sonaighat Higher Secondary School) আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায় (administration conducts eviction drives)। উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ লগতে চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ভূমি বে-দখল কৰি জমিয়তৰ (Jamiat illegally occupying public works department land) এজন নেতাৰ পৃষ্ঠপোষকতাত জমিয়তৰ এটা কাৰ্যালয় নিৰ্মাণৰ নামত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য চলি আছিল। আজি নগাঁও সদৰ চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকৰ উপস্থিতিত বিদ্যালয়খনৰ খেলপথাৰৰ ভূমিত উচ্ছেদ অভিযান চলোৱা হয়।

Nagaon co | ASSAM TIMES POST

ইপিনে এটা স্বেচ্ছাসেৱী সংগঠনৰে জড়িত জিলাখনৰ জমিয়ত উলেমাৰ নেতাজনে জমিয়তৰ কাৰ্যালয় নিৰ্মাণৰ নামত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা বুলি সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাধিক শিক্ষক আৰু স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।

nagaonP | ASSAM TIMES POST

জানিব পৰা মতে সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয় সমিতিৰ তৰফৰ পৰা সদৰ ৰাজহ চক্ৰ বিষয়াক বিদ্যালয়খনৰ ভূমি বে-দখল কৰা বুলি অভিযোগ দাখিল কৰাৰ পাচত আজি প্ৰশাসনে উক্ত স্থানত উচ্ছেদ অভিযান চলায়।

উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ উপৰি অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ কিছু ভূমিও বেদখলকাৰীৰ কৱলত আছে। বেদখলকাৰীৰ কৱলত থকা উক্ত চৰকাৰী ভূমিত প্ৰশাসনে শীঘ্ৰে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে।

Tags: Eviction of encroached landবেদখলীকৃত ভূমিত উচ্ছেদ
Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
ADVERTISEMENT
Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ
National-International

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে
National-International

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
50
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026
50
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

April 29, 2026
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

April 29, 2026
Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx