ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Editorial

সফলতা আৰু প্ৰাপ্তিৰ এটা বৰ্ষ হওক ২০২৩:

কামৰুল খান :মুখ্য সম্পাদক

ASSAM TIMES POST by ASSAM TIMES POST
December 31, 2022
Reading Time: 1 min read
A A
0
সফলতা আৰু প্ৰাপ্তিৰ এটা বৰ্ষ হওক ২০২৩:

RELATED POSTS

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

সময়ৰ বুকুত বাগৰিল আৰু এটা বছৰ। সময়ৰ বলুকাত খোজ পেলাই বিদায় ল’লে ২০২২ বৰ্ষই। নিশ্চিতভাৱে এই বছৰটোৰ সফলতা বিফলতাৰ হিচাপ সময়ৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব। অসমৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বিগত বছৰটো আছিল অসমৰ সমাজ, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি তথা সামগ্ৰিকভাৱে মিশ্ৰিত ফলাফলৰ এটা বছৰ।

সফলতা আৰু প্ৰাপ্তিৰ এটা বৰ্ষ হওক ২০২৩
সফলতা আৰু প্ৰাপ্তিৰ এটা বৰ্ষ হওক ২০২৩:

বিগত বছৰটোত যেনেদৰে সাফল্যৰ বিভিন্ন ইতিহাস আছে, তেনেদৰে বিফলতাৰ বিষাদো আছে। এফালে যদি প্ৰাপ্তিৰ আনন্দ, আনফালে আকৌ হেৰুওৱাৰ বেদনা। মুঠতে চাবলৈ গ’লে পোৱা নোপোৱাৰ বোকোচাত উঠি আমি বাট বুলিব লাগিব নতুন বছৰটোত। এক নতুন প্ৰতিশ্ৰুতি, নতুন অংগীকাৰ আৰু এক নতুন পৰিকল্পনা বাস্তৱায়িত হোৱা বছৰৰ বাবে আমি আগবাঢ়িব লাগিব।

আমাৰ সন্মুখত প্ৰত্যাহ্বান বহুত। কিন্তু এই প্ৰত্যাহ্বানবোৰ নেওচি আমি এই নতুন বছৰটোত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব। আমাৰ সম্পদ, সম্ভাৱনা, সমলবোৰক সঠিক পৰিকল্পনা আৰু বাস্তৱসন্মত কাৰ্য্যপন্থাৰে কাৰ্য ৰূপায়িত কৰাৰ বাবে অগ্ৰসৰ হ’ব লাগিব। আমাৰ প্ৰতিটো চিন্তা, ভাৱনা তথা পৰিকল্পনাৰ সঠিক ৰূপায়ণৰ বাবে এই বছৰটো হওক সকলোৰে বাবে এক উপযুক্ত বছৰ।

২০২৩ বছৰটো হওক মানৱতাৰ জয়গানৰ বছৰ। সকলো হিংসা, বিদ্বেষ আঁতৰাই আমি এই বছৰটোত এক নতুন সংকল্পৰে আগবাঢ়ি যোৱাৰ পণ লওঁ আহক। পৰিশেষত নতুন বছৰটো সকলোৰে বাবে এক প্ৰশান্তিময় বছৰ হওক, প্ৰাপ্তি আৰু সফলতাৰ শীৰ্ষত আৰোহণ হোৱাৰ এটা বছৰ হওক তাৰেই কামনা কৰিলোঁ। লগতে সুস্বাস্থ্যৰে সুস্থ চিন্তাৰে সমাজক নেতৃত্ব বহনৰ বাবে সকলো সমৰ্থ হওক তাৰেই কামনা কৰিলোঁ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: সফলতা আৰু প্ৰাপ্তিৰ এটা বৰ্ষ হওক ২০২৩
Share6Tweet4Send

Related Posts

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন
Editorial

Bhogali Bihu 2026 : ভোগৰ ভোগালীত উথপথপ ৰাজ্য, হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন

by News Desk
January 13, 2026
56
ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি
Editorial

ভোগৰ সম্ভাৰ আৰু মেজিৰ জুইৰ তাপত টনকিয়াল হওক অসমীয়া জাতি

by Staff Reporter
January 13, 2025
60
Embracing 2025: A Journey of Growth, Resilience, and Human Connection
Editorial

Embracing 2025: A Journey of Growth, Resilience, and Human Connection

by ASSAM TIMES POST
January 1, 2025
56
নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:
Editorial

নতুন বছৰটো হওক মানৱতাৰ জয়গানৰ এটা বছৰ:

by ASSAM TIMES POST
January 1, 2025
53
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন
Editorial

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস: গণতন্ত্ৰত সাংবাদিকতাৰ গুৰুত্ব আৰু উদযাপন

by ASSAM TIMES POST
November 15, 2024
63
Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি
Editorial

Magh bihu celebration I ভোগৰ ভোগজৰা আৰু মেজিৰ জুইৰ উত্তাপত চহকী হওক অসমীয়া জাতি

by News Desk
January 14, 2024
76
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d