ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাৰ দখলত অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2019
Reading Time: 1 min read
A A
0
নগাৰ দখলত অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি

RELATED POSTS

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

logo atp | ASSAM TIMES POST ASSAM TIMES POST

গুৱাহাটী : অসম-নাগালেণ্ড সীমান্তত অব্যাহত থকা সীমা বিবাদ কেবা দশক ধৰি অব্যাহত আছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উপযুক্ত পদক্ষেপ নথকাৰ বাবেই নগাই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, কাৰ্বি আলং জিলাৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আহিছে৷ আনহাতে নগাই বনাঞ্চল ধ্বংস অব্যাহত ৰাখিছে৷ এনেদৰে নগাই অসমৰ ভূমি অবৈধ বেদখল কৰি আহিছে৷

দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিস্পত্তিৰ অৰ্থে গঠন কৰি দিয়া সুন্দৰম কমিটিয়ে ছাৰ্ভে অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰা সীমা মানি ল’বলৈ পৰামৰ্শ আগবঢ়াইছিল৷ নাগালেণ্ডে উক্ত সীমা আজিও মানি লোৱা নাই। ফলত নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনে ৬০ দশকৰ পৰা বৃহত্তৰ নাগালিমৰ দাবীত অব্যাহত ৰখিছে৷ এই বিদ্ৰোহী সংগঠনটোৱে সশস্ত্ৰ সংগ্ৰামৰ লগতে অসম-নাগালেণ্ড সীমান্তবৰ্তী জিলাত বনাঞ্চল ধ্বংস কৰি আহিছে৷ প্ৰধানকৈ চৰাইদেউ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমান্তৰ অসমৰ হাজাৰ হাজাৰ বিঘা ভূমিৰ বনাঞ্চল ধ্বংস কৰিছে৷

এইদৰে বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰি নাগালেণ্ডৰ সীমা বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে৷ ফলত অসমৰ চাৰিসীমা সংকুচিত কৰি আনিছে। মন কৰিব লগা যে শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় চাৰি হাজাৰ বিঘাৰ অধিক বনভূমি ধ্বংস কৰি বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিছে। ৮০ দশকৰ মাজভাগৰ পৰাই ৰাজ্য চৰকাৰৰ দায়িত্বজ্ঞানহীনতা আৰু সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি নগাই এই কাৰ্য চলাই আহিছে৷ মন কৰিব লগা যে গেলেকী সীমান্তৰ অসমৰ ভূমিত নগাই লুচাইপানী আৰু নতুন বস্তি নামৰ দুখন নগা গাওঁ গঢ়ি তুলিছে৷

নগাই অসমৰ দখলীকৃত ভূমিত গাঁও, আৰক্ষী চকী, বিদ্যালয় গৃহ আদি নিৰ্মাণ কৰিছে৷ অসমৰ চাহ আৰু তেলৰ ওপৰত লোলুপ দৃষ্টি থকা নগা বহিনীয়ে এই য়ংলকৰ পৰাই গেলেকী সীমান্তৰ অৱশিষ্ট ভূমিখণ্ড দখলৰ বাবে অপ্ৰাণ চেষ্টা চলাই আহিছে। উল্লেখ্য যে যোৱা ২৬ আগষ্টত অসমৰ ৰাজহ ভূমিত চৰকাৰৰ পঞ্চায়ত বিভাগে নিৰ্মাণ কৰা শ্মশান গৃহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে৷ ২৮ আগষ্টত একে স্হানতে পাঁচজনকৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা ধ্বংস কৰে৷ নগাই শান্তি চুক্তিৰ পূৰ্বে গেলেকী সীমান্তৰ কেইবাশ বিঘা ভূমি গ্ৰেটাৰ নাগালিমত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰে৷ নাগালেণ্ড, অৰুণাচল আৰু মেঘালয়ে অবৈধভাৱে দখল কৰা অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি উদ্ধাৰৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহন কৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share13Tweet8Send

Related Posts

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
51
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

by News Desk
October 19, 2026
58
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

by News Desk
October 19, 2026
57
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
51
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
58
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
51
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d