ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাৰিবাৰিক অস্থিৰতা, তিনি সন্তানক বিষ পান কৰাই আত্মহত্যা মাতৃৰৰো

নিউজ ডেস্কঃ

News Desk by News Desk
December 2, 2022
Reading Time: 1 min read
A A
0
পাৰিবাৰিক অস্থিৰতা, তিনি সন্তানক বিষ পান কৰাই আত্মহত্যা মাতৃৰৰো

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

স্বামীৰ সৈতে হোৱা বিবাদৰ বাবে ৩টা সন্তান (3 children.)ক হত্যা (KILL) কৰি চিপ লৈ আত্মহত্যা (Suicide by taking a rope) কৰে এগৰাকী মহিলাই (woman)। কৰ্ণাটক (karnatak)ৰ মাণ্ডিয়া জিলাৰ মাদ্দুৰ (Maddur)ত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত মহিলাগৰাকীৰ নাম উছনা কৌছাৰ। কেইবাবছৰ পূৰ্বে উছনাৰ বিবাহ হৈছিল আকিল নামৰ গাড়ীৰ মেকানিক এজনৰ সৈতে। তেওঁলোকৰ ৩টা সন্তান আছিল। ডাঙৰ সন্তানৰ বয়স ৭ আৰু ২ গৰাকী কন্যাৰ বয়স ৪ আৰু ২ বছৰ।

BABY2 | ASSAM TIMES POST

ADVERTISEMENT

আৰক্ষীৰ মতে, উছনাৰ প্ৰায়ে স্বামীৰ সৈতে কাজিয়া হৈছিল। এই কথাত তেওঁ বৰ বিচলিত হৈছিল। বৃহস্পতিবাৰে নিশা স্বামী-স্ত্ৰীৰ মাজত হোৱা অস্থিৰতাই শিখৰত উপনীত হয়। তাৰ পিছত আকিল ঘৰৰ পৰা ওলাই যায়। স্বামী যোৱাৰ পিছত উছনাই ৩টা সন্তানৰ সৈতে খাদ্য খাই আছিল। তাৰ পিছত লʼৰা-ছোৱালীক খাদ্যৰ লগত বিষ মিহলাই দিয়ে। সেই খাদ্য খাই গুৰুতৰভাৱে অসুস্থ হৈ ৩ শিশুৰ মৃত্যু হয়।

৩ সন্তানক হত্যা কৰি চিপ লৈ আত্মহত্যা কৰে উছনাই। শুকুৰবাৰে পুৱা শিশুকেইটাৰ কোনো সঁহাৰি নোপোৱাত চুবুৰীয়াই সন্দেহ প্ৰকাশ কৰে। একাংশই উছনাৰ ঘৰত প্ৰৱেশ কৰি থতমত খায়। তেওঁলোকে দেখে যে ৩টা শিশু নিথৰ হৈ আছে। সন্মুখত খাদ্যৰ প্লেট। আৰু উছনা ডিঙিত ৰছী লৈ ওলমি আছে। চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে। আকিলক বিচাৰি পোৱা নাই আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Suicide by poisoning childসন্তানক বিষ পান কৰাই আত্মহত্যা
Share5Tweet3Send

Related Posts

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

by News Desk
January 30, 2023
50
পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০
National-International

পাকিস্তানৰ পেছোৱাৰৰ মছজিদত ‘আত্মঘাতী’ বিস্ফোৰণত নিহত ২৮, আহত ১৫০

by News Desk
January 30, 2023
50
ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:
National-International

ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰাʼৰ সামৰণি অনুষ্ঠানত ২১টা বিৰোধী দলৰ অংশগ্ৰহণ:

by News Desk
January 30, 2023
50
২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:
National-International

২৬ দিনত ৫৫টা মৃত্যুদণ্ড ইৰাণত:

by News Desk
January 30, 2023
50
‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ
National-International

‘চৰকাৰৰ ভাল কাম সকলোকে দেখুৱাওক’, নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকলক পৰামৰ্শ মোদীৰ

by Staff Reporter
January 30, 2023
50
ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!
National-International

ওড়িশাৰ মন্ত্ৰীক গুলীয়াই হত্যা কৰা আৰক্ষীজন মানসিক ৰোগী!

by Staff Reporter
January 30, 2023
50
ADVERTISEMENT
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: