ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

অসম–মেঘালয় সীমান্তত উত্তেজনা বৃদ্ধি : গুলীচালনাত নিহতৰ সংখ্যা ৬জনলৈ বৃদ্ধি

বিশেষ প্ৰতিবেদন:বৈঠালাংছ

News Desk by News Desk
November 22, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং জিলা (West KarbiAnglong District)ৰ জিৰিকিংডেং থানা (Jirikingdeng Thana)ৰ অন্তৰ্গত মূক্ৰং (Mukrong) অঞ্চলত এই উত্তেজনা । অসমৰ বনকৰ্মী (Foresters in Assam) আৰু মেঘালয়ৰ খাচী লোক (Khasi people of Meghalaya)ৰ মাজত চলিছে এই উত্তেজনা । অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ গাড়ী ঘেৰাও মেঘালয়ৰ খাচী লোকৰ। অসমৰ বনকৰ্মীয়ে জব্দ (Seized) কৰিছিল চোৰাং কাঠ কঢ়িয়াই নিয়া মেঘালয়ৰ এখন ট্ৰাক। 

অসম–মেঘালয় সীমান্তত উত্তেজনা
Tension at Assam-Meghalaya border :

ট্ৰাকখন জব্দ কৰাত দুই শতাধিক খাচী লোকে আহি ঘেৰাও কৰে অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ দল দুটাক।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বনকৰ্মী তথা আৰক্ষীয়ে কৰিছিল গুলীচালনা। গুলীচালনাত নিহত ৪ জন (4 killed in firing)। নিহত তিনিজন খাছী দুৰ্বৃত্তৰ লগতে এজন বনকৰ্মী বিদ্যাছিং লেকথে বুলি চিনাক্ত।

RELATED POSTS

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ

ঘটনা খবৰ শুনাৰ পিছতেই তৎকালীনভাৱে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে আৰক্ষী বাহিনী লৈ দিগৰখাল এলেকাত উপস্থিত হয়।ঘটনাৰ পিছত সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে প্ৰকাশ কৰে।

লগতে তেওঁ কয়, উক্ত ঠাইলৈ মেঘালয়ৰ যানবাহনৰ বাহিৰে আন যানবাহন যাবলৈ দিয়া হোৱা নাই। কেৱল মেঘালয়ৰ যাত্ৰীসকলক যাবলৈ দিয়া হৈছে। ইয়াৰোপৰি দিন আৰু ৰাতি মেঘালয় হৈ যোৱা সকলো যানবাহন যাতায়ত বন্ধ ৰখা হৈছে‌ বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰাৰ লগতে ঘটনা সন্দৰ্ভত ম মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ কয়।

অসম-মেঘালয় সীমান্তত সংঘটিত এনে সংঘৰ্ষৰ ঘটনাই ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পিনে ট্ৰাক-লৰি সহ বিভিন্ন ধৰণৰ যানবাহনৰ দীৰ্ঘ লাইন পৰিছে। তদুপৰি চুবুৰীয়া অঞ্চলৰ স্বাভাৱিক জীৱনযাপনত ব্যাপক প্ৰভাৱ পেলাইছে।

আনহাতে ইয়াৰ পিছতে মেঘালয়ে ৰাজ্যখনৰ সাতখন জিলাত ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। মেঘালয় চৰকাৰৰ গৃহ (আৰক্ষী) বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা মেঘালয়ৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট/ডাটা সেৱা স্থগিত ৰখা হৈছে। অন্যহাতে অসমৰ ফালৰ পৰা যোৱা বাহন সমূহল প্ৰৱেশতো বাধা দিয়া হৈছে।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই ঘটনাত মেঘালয়ৰ ৫ জন আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়। অন্যহাতে ঘটনাত আহত সকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।এই সন্দৰ্ভত মেঘালয়ৰ তৰফৰ পৰা এক সংবাদ বিবৃতিও জাৰি কৰা হৈছে। য’ত ঘটনাৰ বিৱৰণী দি ৭ খন জিলাৰ নিষেধাজ্ঞাৰ কথা জনায়।

Share this:

  • Facebook
  • X

Like this:

Like Loading...

Related

Tags: Tension at Assam-Meghalaya borderঅসম-মেঘালয় সীমান্তত উত্তেজনা
Share9Tweet6Send

Related Posts

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ
KARBI ANGLONG

Victory ceremony celebrated : ডিফুৰ চকীহোলাত বিজেপিৰ বিশাল বিজয় সমাৰোহ

by News Desk
December 7, 2023
76
Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
KARBI ANGLONG

Fire breaks out in Diphu : ডিফুত লোক নিৰ্মাণ বিভাগৰ ক’লনিত অগ্নিকাণ্ড! লক্ষ্যাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

by News Desk
December 6, 2023
77
Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ
KARBI ANGLONG

Skin seized from Pangolins : ফুলনিত বন বিভাগৰ অভিযানত দুষ্প্ৰাপ্য বনৰৌৰ চাৰি কেজি বাকলি উদ্ধাৰ

by News Desk
December 5, 2023
55
Skill Upgradation Workshop : ডিফুত এৰী আৰু ৰেচমৰ বোৱা কটাৰ এদিনীয়া দক্ষতা উন্নীতকৰণৰ কৰ্মশালা
KARBI ANGLONG

Skill Upgradation Workshop : ডিফুত এৰী আৰু ৰেচমৰ বোৱা কটাৰ এদিনীয়া দক্ষতা উন্নীতকৰণৰ কৰ্মশালা

by News Desk
December 4, 2023
56
Diphu Accident I ডিফুৰ সাত মাইল দলঙত দুর্ঘটনাত পতিত হৈ আহত ত্ৰিপুৰাৰ দম্পতী
KARBI ANGLONG

Diphu Accident I ডিফুৰ সাত মাইল দলঙত দুর্ঘটনাত পতিত হৈ আহত ত্ৰিপুৰাৰ দম্পতী

by Staff Reporter
December 4, 2023
88
ব্ৰেকিংঃ ডিফুৰ DMCHৰ পৰা কয়দী পলায়ন
KARBI ANGLONG

ব্ৰেকিংঃ ডিফুৰ DMCHৰ পৰা কয়দী পলায়ন

by Staff Reporter
December 4, 2023
139
ADVERTISEMENT
Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে
National-International

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
50
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক
National-International

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
50
Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু
National-International

Indian students died in foreign : ২০১৮ চনৰ পৰা বহিঃৰাষ্ট্ৰত অধ্যয়ন কৰিবলৈ গৈ ৪০৩ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

December 8, 2023
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case I লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023
SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

SC decision on article 370 I ১১ ডিচেম্বৰত ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে আবেদনৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

December 8, 2023
Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

Lok Sabha Cash for quarry case : লোকসভাৰ পৰা বহিষ্কাৰ মহুৱা মৈত্ৰক

December 8, 2023

Categories

ALL NEWS (17271) Assam (12827) BREAKING NEWS (6434) Business (29) Economy (72) Editorial (11) EDUCATION AND TECHNOLOGY (81) Entertainment (745) Entertrainment (403) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1913) Health & Fitness (616) Jobs & Career (6) KARBI ANGLONG (2819) Lifestyle (23) literature (16) National-International (6702) NORTHEAST (634) Novels (3) Photo (4) Poems (9) Political (111) Recipes (6) Sports News (449) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d