![]()
বোকাজান খটখটিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ডিমাপুৰ অভিমুখে গৈ থকা এখন অচিনাক্ত গাড়ীয়ে এখন বাইকত খুন্দা মাৰে আৰু ফলত নিহত হয় বাইক আৰোহী গৰাকী। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই গাড়ীখন পলায়ন কৰে।
নিহত বাইক আৰোহী গৰাকী শান্তিপুৰৰ নিবাসী বুলি জানিব পৰা গৈছে। আনহাতে, দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS09H 9839।













