ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2026
Reading Time: 2 mins read
A A
0
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

ৰাজ্যৰ শেহতীয়া বান (Assam Flood) পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এক সংবাদমেল (Press Meet) সম্বোধন কৰে। বিশেষকৈ উজনি অসমৰ চাৰি জিলাৰ বান বিভীষিকাৰ শেহতীয়া পৰিস্থিতি আৰু এই ক্ষেত্ৰত চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সংবাদমেলৰ সাৰাংশ তলত উল্লেখ কৰা হ’ল :

  • এই পৰ্যন্ত ৰাজ্যত বানত মৃত্যু ১০১ জনৰ।
  • বৰ্তমানো ৬৩ খন গাঁও বানৰ কৱলত।
  • ১৫ টা সাহায্য শিবিৰত ৪,১৮৮ গৰাকী লোকৰ আশ্ৰয় গ্ৰহণ।
  • বান প্ৰভাৱিত ৭৯৩ খন বিদ্যালয়ৰ বাবে ২ লাখকৈ ১৫.৮৪ কোটি টকা চৰকাৰে মোকলাই দিছে।
  • মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক ইউনিফৰ্ম প্ৰদান।
  • ১ হাজাৰ, ২ হাজাৰ আৰু ৫ হাজাৰ টকাকৈ এককালীন সাহায্য।
  • ক্ষতিগ্ৰস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে ২-২.৫ লাখ টকাকৈ প্ৰদান।
  • ২০ আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত নামঘৰসমূহক ১.৫ লাখকৈ প্ৰদান কৰা হ’ব।
  • বানত বিধ্বস্ত চাৰি জিলাত ৪ লাখ পৰিয়ালক ২৫০০ টকাকৈ অৰুণোদয় প্ৰদান।
  • ক্ষতিগ্ৰস্ত ৬৪,৮৯১টা পৰিয়ালক ১৫ হাজাৰকৈ প্ৰদান।
  • আৰু ৩১,২১২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা।
  • বানৰ ক্ষতি নিৰ্ধাৰণৰ বাবে ৰাজহ বিভাগৰ প’ৰ্টেল মুকলি।
  • ৯ আগষ্টৰ পৰা চলি আছে বানৰ ক্ষয়-ক্ষতিৰ জৰী।
  • ৯৬০ গৰাকী শিক্ষক জৰীপত নিয়োজিত হৈছে।
  • ৮,৩২৫ টা পৰিয়ালৰ ক্ষয়-ক্ষতিৰ জৰীপ সম্পূৰ্ণ।
  • ক্ষতিপূৰণৰ পৰিমাণ হ’ব প্ৰায় ১৫০ কোটি।
  • ৩০ আগষ্টলৈকে চলিব জৰীপ প্ৰক্ৰিয়া।
  • জৰীপৰ পিছত প্ৰকাশ পোৱা খচৰা তালিকাত ৰাইজৰ অভাৱ-অভিযোগ জনাব পাৰিব।
  • ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ প্ৰথমখন তালিকাৰ ওপৰত পুনৰ জৰীপ
  • দুবাৰকৈ এই জৰীপ পৰীক্ষাৰ পিছত ১৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে পুনৰীক্ষণ কৰিব।
  • বানত ক্ষতিগ্ৰস্ত ৫০-৬০ হাজাৰ পৰিয়ালৰ ক্ষতিপূৰণৰ ধন এহাজাৰ কোটিৰো অধিক হোৱাৰ সম্ভাৱনা।
  • প্ৰধানমন্ত্রীৰ সম্পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান।
  • নেপালীখুঁটি, কমলবস্তি, মাজগাঁও আদি অঞ্চলত ক্ষতিগ্রস্তৰ বাবে ‘মডেল হাউছিং’ নিৰ্মাণৰ চিন্তা-চৰ্চা।
  • গো-ধন প্ৰদানেৰে দুগ্ধ উৎপাদন কেন্দ্ৰ আৰম্ভ কৰাৰ চিন্তা।
  • বানত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ ক্ষতিপূৰণ পূৰ্বৰ ৪ লাখৰ পৰা ৯ লাখলৈ বৃদ্ধি কৰা হৈছে।
  • মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত ১০-২০ টকা সাহায্য আগবঢ়োৱা লোকৰ সংখ্যা ২৬,২৬৭ গৰাকী।
  • মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত বৰ্তমান ১৪২ কোটি জমা।
  • মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰে মডেল হাউছিং আঁচনি কাৰ্যকৰী কৰা হ’ব।
  • অসমৰ বান বিভীষিকাৰ সংগৃহীত ফটো-ভিডিঅ’ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ।
  • অসমৰ বান সমস্যাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমাধান বিচাৰিব চৰকাৰে।
  • দেশৰ ৭২ গৰাকী ইউটিউবাৰে সংগ্ৰহ কৰা বান সাহায্যৰ পুঁজি ব্যৱহাৰত চৰকাৰে নজৰ ৰাখিব।
  • শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত ১,৭০৩ জন ব্যক্তিয়ে এতিয়ালৈকে বীমা দাবীৰ আবেদন কৰিছে।
  • দাবী কৰা মুঠ বীমাৰ পৰিমাণ ৯৯ কোটি।
  • ২০টা বীমা কোম্পানীয়ে ইয়াৰ নিষ্পত্তিৰ বাবে প্ৰস্তুত হৈছে।
  • বানবিধ্বস্ত জিলাকেইখনত বেংকৰ ঋণ আছে মুঠ ২,২৭,৯৯৩ গৰাকী লোকৰ।
  • এতিয়ালৈকে ঋণ ৰেহাইৰ আবেদন আহিছে ৩১৯ খন।
  • আবেদনৰ সময়সীমা ৩০ আগষ্টলৈকে আছে।
Tags: CMonAssamFloodrelief
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx