ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠান

ASSAM TIMES POST by ASSAM TIMES POST
November 11, 2019
Reading Time: 1 min read
A A
0
আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠান

RELATED POSTS

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

logo atp | ASSAM TIMES POST ASSAM TIMES POST

সমাজৰ শৈক্ষিক তথা সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আজি মুঠ পাঁচগৰাকী ব্যক্তিক বিশিষ্ট সেৱাৰ

         বাবে সন্মান আগবঢ়োৱা হয়৷গামোচা,চেলেং চাদৰ,জাপি,সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয় প্ৰতিগৰাকী সম্বৰ্দ্ধিত ব্যক্তিলৈ

হোজাই : ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ এক স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ উদ্যোগত হোজাইস্থিত নাজীৰ আজমল কলেজ অব এডুকেছনত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷উল্লেখ্য যে আজমল ফাউণ্ডেচনে প্ৰতি বছৰে দেশৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ দিনা ৰাজ্যখনৰ যিকোনো পাঁচগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে৷

WhatsApp Image 2019 11 11 at 6.47.13 PM e1573480987358 | ASSAM TIMES POST

সমাজৰ শৈক্ষিক তথা সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আজি মুঠ পাঁচগৰাকী ব্যক্তিক বিশিষ্ট সেৱাৰ বাবে সন্মান আগবঢ়োৱা হয়৷গামোচা,চেলেং চাদৰ,জাপি,সম্বৰ্ধনা পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা আগবঢ়োৱা হয় প্ৰতিগৰাকী সম্বৰ্দ্ধিত ব্যক্তিলৈ৷

WhatsApp Image 2019 11 11 at 6.47.15 PM e1573481254263 | ASSAM TIMES POST

হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যজ্ঞোৰাম গগৈ,ফৰমাৰপাৰ হাইস্কুলৰ অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাজিমুদ্দিন ,মণিপুৰী এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কলাৱতী দেৱী ,যমুনামুখ যামিনী দেৱী স্কুলৰ শিক্ষক অৰুণ বৰা আৰু বৰজান পি স্কুলৰ মণিৰাম ভূমিজক আজি আজমল ফাউণ্ডেচনৰ তৰফৰপৰা সম্বৰ্দ্ধনা আগবঢ়োৱা হয় ৷অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক এম আৰ এইছ আজাদ ,মহা প্ৰবন্ধক কৰ্ণেল কেজৰিৱালকে ধৰি অন্যান্য সদস্যসকল আৰু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰছাত্ৰীসকল উপস্থিত থাকে৷

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share7Tweet5Send

Related Posts

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

by News Desk
October 19, 2026
57
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

by News Desk
October 19, 2026
56
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
57
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
51
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d