ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বেংকৰ এ টি এমত বোৰ্খা পিন্ধা মহিলা প্ৰবঞ্চকঃ লক্ষাধিক টকা লুট

ASSAM TIMES POST by ASSAM TIMES POST
November 7, 2019
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ মহিলাই বোৰ্খা পিন্ধাকলৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ নগাঁৱৰ এ টি এমত আৱিৰ্ভাব ঘটিছে বোৰ্খা পিন্ধা প্ৰবঞ্চক।নগাঁও জিলাৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীৰ বেংকৰ এ টি এম কাৰ্ড বোৰ্খা পিন্ধা এগৰাকী অচিন মহিলাই কৌশলেৰে হস্তগত কৰি লুটি নিয়ে লক্ষাধিক টকা।প্ৰতাৰকৰ কৱলত পৰা উক্ত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীৰ নাম কনকলতা হাজৰিকা।ঘৰ নগাঁও জিলাৰ দক্ষিণপাট বুঢ়া গোঁসাই আদৰ্শ গাঁৱত।

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

মহিলাগৰাকী ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাত থকা নং ১০৯৬৫৪০৮৫৭৬ একাউন্টৰ পৰা যোৱা ৩০ অক্টোবৰত টকা উলিয়াবলৈ কঠিয়াতলিৰ এটা এ টি এমলৈ যায়।কঠিয়াতলি ষ্টেট বেংকৰ এ টি এমৰ পৰা নিজৰ কাৰ্ডৰে ৫ হাজাৰ টকা উলিওৱাৰ পিচতে তেওঁৰ কাষত দেখা পায় এগৰাকী বোৰ্খা পিন্ধা মহিলাক।উক্ত অচিনাক্ত মহিলাগৰাকীয়ে কনকলতা হাজৰিকাক বেলেঞ্চ চেক কৰাৰ পৰামৰ্শ দি কৌশলৰে এ টি এম খন সলনি কৰি আন এখন এ টি এম দি গুচি যায়।শিক্ষয়িত্ৰী গৰাকীয়ে ঘৰলৈ উভতি আহি এ টি এম খন পৰীক্ষা নকৰাকৈ থৈ দিয়ে।কালি কনকলতা হাজৰিকাই পুনৰ সেই এ টি এম কাৰ্ডখনৰে টকা উঠাবলৈ আহি গম পায় যে এ টি এম খন তেওঁৰ নহয়।

পিছত তেওঁ বেংকলৈ গৈ একাউন্ট পৰীক্ষা কৰি গম পায় যে নিজৰ একাউন্টৰ পৰা ১ লাখ ১২ হাজাৰ টকা হৰলুকি হৈছে।তেওঁ হাতত থকা এ টি এম কাৰ্ডখন পৰীক্ষা কৰাত সেই খন তফজ্জুল ইছলাম নামৰ এজন লোকৰ বুলি জানিব পাৰে। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গৰাকীক বেংক কৰ্তৃপক্ষই অৱগত কৰা মতে দুৰ্বৃত্তই ৩০ অক্টোবৰৰ দিনাই তেওঁৰ বেংক একাউন্টৰ পৰা ৫০ টকাৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত উঠোৱাৰ লগতে মুঠ ১ লাখ ১২ হাজাৰ টকা কেইবাটাও বেংক একাউন্টলৈ সলনি কৰে।

ইয়াৰে এটা বেংক একাউন্ট ৰেজ্জাক আলি নামৰ এজন লোকৰ নামত থকা বুলি বেংক কৰ্তৃপক্ষই অৱগত কৰে।ঘটনা সম্পৰ্কত শিক্ষয়িত্ৰী গৰাকীয়ে নগাঁও সদৰ আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছে।উল্লেখ্য ৰোগাগ্ৰস্ত মহিলাগৰাকীয়ে নিজৰ চিকিৎসাৰ বাবে মাটি বিক্ৰী কৰি বেংক একাউন্টত থৈছিল।এতিয়া ধনখিনি হৰলুকি হোৱাত বিমোৰত পৰিছে মহিলাগৰাকী ।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx