ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

ভূপেন বৰা কোন?বিজেপি মূৰ্খ নহয় মাটি দখল কৰি কাৰ্যালয় খুলিবলৈ- দিগন্ত কলিতা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 11, 2022
Reading Time: 1 min read
A A
0
ভূপেন বৰা কোন?বিজেপি মূৰ্খ নহয় মাটি দখল কৰি কাৰ্যালয় খুলিবলৈ- দিগন্ত কলিতা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

ভূপেন বৰা কোন হয় বিজেপিৰ কাৰ্যালয় ভাঙিবলৈ।আমাৰ কাৰ্যালয় দেখি হিংসা হৈ কংগ্ৰেছৰ।কাৰ্যালয় খুলিবলৈ মাটি দখল কৰিবলৈ বিজেপি মুৰ্খ নহয়-এই মন্তব্য বিধায়ক দিগন্ত কলিতা।ভূপেন বৰাই শাসনত কংগ্রেছ আহিলে বিজেপি নৱনিৰ্মিত কাৰ্যালয় ভাঙি দিম বুলি কোৱা মন্তব্যক উভতি বিজেপিৰ বিধায়ক কলিতা কয়- ভূপেন বৰা মন্তব্যই আঘাট দিছে।

বিজেপি নৱনিৰ্মিত কাৰ্যালয়
আমি দুখ পাইছোঁ।কাৰ্যালয়টো আমাৰ বাবে মন্দিৰ।ভূপেন বৰা দম আছে যদি নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা আৰু পঞ্চায়ত নিৰ্বাচন সফলতাৰে জয়ী হৈ দেখাওক।ভাৰতীয় জনতা পাৰ্টী লগত ফেৰ মাৰি লাভ নাই।

৭-৮ টাকৈ নিৰ্বাচনত পৰাজিত হোৱা ভূপেন বৰাই এতিয়া যুজঁ দিব লাগিব আপৰ লগত বুলি উল্লেখ্ কৰি তেওঁ লগতে কয়- আমাক সমালোচনা কৰিছে কৰক কিন্তু আমাৰ কাৰ্যালয় ভাঙি দিম বুলি কবলৈ কত অধিকাৰ পালে ভূপেন বৰাই।

সম্পূৰ্ন নীতি নিয়মৰ মাজেৰে কাম কৰিছে বিজেপিয়ে।আমি কাৰ্যালয় খুলিছোঁ কিন্তু কংগ্ৰেছে অগাধ সম্পত্তি কৰিছে।কংগ্রেছ শাসনত আহিলে আমাক মাৰি পেলাব নেকি?- এই প্ৰশ্ন বিধায়ক কলিতা।

আনহাতে ভূপেন বৰা মন্তৱ্যক উভতি ধৰি বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়-‘কংগ্ৰেছে ৬০বছৰ শাসনত থাকিও কাৰ্যালয় নিৰ্মান কৰিব নোৱাৰিলে।বিজেপিয়ে ৬বছৰ শাসনত থাকিয়ে ধুনীয়া কাৰ্যালয় নিৰ্মাণ কৰিছে।ইয়াকে লৈ কংগ্রেছ কর্মী মাজত ক্ষোভ সৃষ্টি হৈছে।

Tags: ভূপেন বৰা
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
ADVERTISEMENT
Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল
National-International

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

June 20, 2026
50
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

June 20, 2026
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx