ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চীনত নিৰ্মিত নাইন এম এম পিষ্টল আৰু পাঁচ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ 

ASSAM TIMES POST by ASSAM TIMES POST
November 4, 2019
Reading Time: 1 min read
A A
0
চীনত নিৰ্মিত নাইন এম এম পিষ্টল আৰু পাঁচ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ 

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

 নগাঁও :  নগাঁও জিলাত বিগত সময়ত এটাৰ পিছত আনটো অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে। কালি নিশা আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাধৱ কন্দলী ক্ষেত্ৰৰ পৰা কীৰ্তি কমল ফুকন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা  চীনত নিৰ্মিত এটা নাইন এম এম পিষ্টল আৰু পাঁচ ‍ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে। আজি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে এই প্ৰসংগত কয় যে ধৃত কীৰ্তি কমল ফুকন পেছাত এগৰাকী হাৰ্ড‌ৱেৰ  ব্যৱসায়ী। তেওঁ নিজে অপৰাধজনিত ঘটনা সংঘটিত নকৰে যদিও তেওঁ  অবৈধ ভাবে ক্ৰয় কৰা পিষ্টলটো  অপৰাধীক ভাড়াত দিয়ে।ধৃত ফুকনে দীৰ্ঘদিন ধৰি এনেদৰে অবৈধ ব্যৱসায় চলাই আহিছে। এই কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত অপৰাধীজনে স্বীকাৰ কৰিছে। আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, জিলাখনৰ পৰা অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে এটি বিশেষী আৰক্ষী গোট গঠন কৰি বিগত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এক পৰিকল্পনা হাতত লোৱা হৈছে। সেই পৰিকল্পনা অনুসৰি, ইতিমধ্যে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত ২৪ টা গোচৰ ৰুজু কৰি মাৰণাস্ত্ৰসহ ৩৬জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

WhatsApp Image 2019 11 04 at 7.11.10 PM | ASSAM TIMES POST

এই গোচৰ সমুহ নগাঁও সদৰ, জখলাবন্ধা, কামপুৰ, ৰূপহীহাট, জুৰীয়া, চামগুৰি, ধিং আৰক্ষী থানাত ৰুজু হৈছে। ইয়াৰে সৰ্বাধিক গোচৰ ৰুজু হৈছে নগাঁও সদৰ আৰক্ষী থানা। ইপিনে, আৰক্ষীয়ে ৩৬ জন অপৰাধীৰ লগতে ২৫ টাকৈ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৬ টা ডাঙৰ আৰু ১৯ সৰু মাৰণাস্ত্ৰ আছে। তদুপৰি, আৰক্ষীয়ে বিগত ১০ মাহত ৭৫ টা সজীৱ গুলিও উদ্ধাৰ কৰিছে। এই মাৰণাস্ত্ৰ সমুহ মুলতঃ চুৰি-ডকাইতি, গঁড় চিকাৰ আদি কাৰ্যত অপৰাধী সকলে ব্যৱহাৰ কৰি অপৰাধ কাৰ্য সংঘটিত কৰিছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে। একমাত্ৰ  সৰ্বসাধাৰণ ৰাইজৰ সহযোগিতাৰ বাবেই আৰক্ষীয়ে ইতিমধ্যে বহু অপৰাধীক অস্ত্ৰসস্ত্ৰসহ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা মন্তব্য কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে যিসকল লোকে অপৰাধী কৰায়ত্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিছে তেওঁলোকক আৰ্থিক ধনেৰে পুৰস্কৃত কৰা হৈছে। তদুপৰি,জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ গোপনীয়তাও অৱলম্বন কৰা হৈছে। নিয়মিত ভাবে আৰক্ষীৰ লোক বদলি হোৱাৰ বাবে বহু সময়ত অপৰাধীৰ গতিবিধি, স্থান-কাল আদি জানিবলৈ অসুবিধাৰ সন্মুখীন হয় বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক জনে কয় যে নগাঁও আৰক্ষীয়ে সকলোৰে সুবিধা হোৱাকৈ ডাটা সংৰক্ষণৰ বাবে সকলো তথ্য ডিজিটেলাইজ কৰিছে। অপৰাধী সকলে নিজৰ কৌশল সলনি কৰাৰ বাবে আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে যদিও নগাঁও আৰক্ষীয়ে অপৰাধ নিৰ্মুল কৰাত চেষ্টা অব্যাহত ৰাখিছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেলত অবগত  কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx