![]()
ভিক্টৰ দাসৰ জামিন আৱেদন নাকচ।৭দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভিক্টৰক।আৰক্ষীয়ে ১৪দিনৰ জিম্মাত বিছাৰিছিল ভিক্টৰক।কিন্তু আদালতে এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দাসক।
উল্লেখ্য অসম চৰকাৰৰ নিযুক্তিত ধনৰ লেন-দেনৰ গুৰুত্ব অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।












