ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাৰমাণৱিক কাগজ বিচাৰি ড’নাল্ড ট্ৰাম্পৰ ঘৰত অভিযান : এফ বি আইয়ে উদ্ধাৰ কৰিলে ৰঙা ৰঙৰ ১২টা বাকচ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 12, 2022
Reading Time: 1 min read
A A
0
পাৰমাণৱিক কাগজ বিচাৰি ড’নাল্ড ট্ৰাম্পৰ ঘৰত অভিযান : এফ বি আইয়ে উদ্ধাৰ কৰিলে ৰঙা ৰঙৰ ১২টা বাকচ

RELATED POSTS

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘৰত ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যনৰ অভিযানে প্ৰকাশ কৰিছে এক ডাঙৰ তথ্য। সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাৰমাণৱিক নথি-পত্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ বস্তুৰ সন্ধান কৰাৰ সময়ত তাৰ পৰা প্ৰায় ১২টা বাকচ জব্দ কৰা হয়।

কিন্তু এফ বি আইৰ এজেণ্টে কোনো পাৰমাণৱিক অভিলেখ বিচাৰি পাইছেনে নাই সেই সন্দৰ্ভত তথ্য এতিয়াও প্ৰকাশ হোৱা নাই। এই ১২টা বাকচত কি আছিল সেয়াও প্ৰকাশ কৰা হোৱা নাই।

মঙলবাৰে এফ বি আইয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিলাসী পাম হাউছ আৰু মাৰ-এ-লিগো ৰিজ’ৰ্টত অভিযান চলায়। ট্ৰাম্পৰ দুজন ঘনিষ্ঠ বন্ধুৱে জনোৱা মতে, এই অভিযান কোনো জাননী নিদিয়াকৈ কৰা হৈছে। এজেণ্টসকলে অভিযান চলোৱাৰ সময়ত ট্ৰাম্প নিজেই তাত নাছিল। ট্ৰাম্পে অভিযানক প্ৰভাৱিত কৰি ৰাজনৈতিক বিষয় হিচাপে গঢ়ি তুলিব পৰাকৈ এনে কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে।

বৃহস্পতিবাৰে এক সংবাদমেলত এটৰ্নী জেনেৰেল মেৰিক গাৰ্লেণ্ডে এই অভিযানৰ বিষয়ে তথ্য প্ৰদান কৰে। অৱশ্যে অভিযানৰ পিছত এফ বি আইৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক তেওঁ গৰিহণা দিয়ে। এটৰ্নী জেনেৰেলে কয় যে তেওঁ ব্যক্তিগতভাৱে চাৰ্চ ৱাৰেণ্টত অনুমোদন জনাইছে।

আমেৰিকাৰ ন্যায় বিভাগে চাৰ্চ ৱাৰেণ্ট ৰাজহুৱা কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে তেওঁৰ এই বক্তব্য। বৃহস্পতিবাৰে ন্যায় বিভাগে এজন ন্যায়াধীশক মাৰ-এ-লিগো অভিযানৰ বাবে চাৰ্চ ৱাৰেণ্ট ৰাজহুৱা কৰিবলৈ কয় যাতে মানুহে জানিব পাৰে যে কিয় অভিযান চলোৱা হৈছে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ পিছত ৰিপাব্লিকান পাৰ্টিৰ জনসাধাৰণে এফ বি আইক গৰিহণা দিছে।

যোৱা বছৰ হোয়াইট হাউছৰ পৰা ওলাই অহাৰ সময়ত ট্ৰাম্পে বহু নথি-পত্ৰ লগত লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। ১৫টা ডাঙৰ বাকচত এই নথিসমূহ মাৰ-এ-লেগোলৈ লৈ যোৱা হৈছিল। তেতিয়াৰ পৰা আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে ট্ৰাম্প আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ ওপৰত চকু ৰাখিছিল। কিন্তু এতিয়ালৈকে এই অভিযোগ এফ বি আইয়ে নিশ্চিত কৰিব পৰা নাই।

এই অভিযান সন্দৰ্ভত ট্ৰাম্পে কয়, “আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত ইয়াৰ পূৰ্বে কেতিয়াও এনেকুৱা হোৱা নাছিল। তদন্তকাৰী সংস্থাসমূহৰ সহযোগিতাৰ পিছতো এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ন্যায়িক ব্যৱস্থাটোক অস্ত্ৰ হিচাপে অপব্যৱহাৰ কৰাৰ দৰেই। এইটো এটা কঠোৰ বাওঁপন্থী ডেম’ক্ৰেটসকলৰ আক্ৰমণ। ২০২৪ চনৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁলোকে নিবিচাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ড’নাল্ড ট্ৰাম্প
Share4Tweet3Send

Related Posts

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
50
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d