ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিজেপিৰ সৈতে দূৰত্ব বাঢ়িছে নেকি নীতিশ? অনুপস্থিত নৰেন্দ্ৰ মোদীৰ নীতি আয়োগৰ বৈঠকত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 6, 2022
Reading Time: 1 min read
A A
0
বিজেপিৰ সৈতে দূৰত্ব বাঢ়িছে নেকি নীতিশ? অনুপস্থিত নৰেন্দ্ৰ মোদীৰ নীতি আয়োগৰ বৈঠকত

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

ক্ৰমান্বয়ে বৃদ্ধি পাইছে নেকি বিজেপিৰ সৈতে দূৰত্ব নীতিশ কুমাৰৰ জেডিইৰ ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰা নাই বিহাৰৰ মুখ্যমন্ত্ৰীয়ে।

মোডী নেতৃত্বাধীন বৈঠকত নীতিশে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তত প্ৰশ্ন উত্থাপন হৈছে জাতীয় ৰাজনীতিত। মোদীৰ অনুষ্ঠানত এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুপস্থিত থাকে নীতিশ।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি সোমবাৰে নিটি আয়োগৰ বৈঠকত বিহাৰৰ মুখ্যমন্ত্ৰীৰ পক্ষৰ কোনো প্ৰতিনিধি উপস্থিত নাই।

জানিব পৰা মতে, শেহতীয়াকৈ কৰোনাৰ পৰা সুস্থ হৈ উঠা নীতিশে নিজৰ ‘ডেপুটি’ক সভালৈ পঠিয়াব বিচাৰিছিল। কিন্তু নীতি আয়োগৰ বৈঠক কেৱল মুখ্যমন্ত্ৰীৰ সৈতেহে অনুষ্ঠিত হোৱাৰ কথা। গতিকে নীতিশৰ প্ৰতিনিধিয়ে তাত যোগদান কৰা নাই। সূত্ৰ অনুসৰি অহা সোমবাৰে নীতিশে অনুষ্ঠিত কৰিব ‘জনতা দৰবাৰ’ কাৰ্যসূচী। যোৱা কেইসপ্তাহমানৰ পৰা তেওঁৰ অসুস্থতাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত কৰিব পৰা নাই।

দৰাচলতে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে যোৱা মাহত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাবে নৈশভোজনৰ আয়োজন কৰিছিল। এনডিএৰ মিত্ৰ এইজন জেডিইউৰ নেতা সেই অনুষ্ঠানতো উপস্থিত নহ’ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান কৰা মুখ্যমন্ত্ৰীসকলৰ বৈঠকতো অংশগ্ৰহণ কৰা নাই নীতিশে। তেওঁৰ সলনি তেওঁৰ প্ৰতিনিধি সভাত উপস্থিত হয় ।

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰত্যাৱৰ্তনৰ পাছৰে পৰা বিজেপিৰ পৰা নিজকে আঁতৰাই ৰখাৰ খবৰ আহিছে। ইয়াৰ পিছতে নীতিশৰ জে ডি ইউ কেইবাটাও বিষয়ত মোদী চৰকাৰৰ বিপৰীত দিশলৈ গৈছে। যাৰ আটাইতকৈ শেহতীয়া সংযোজন হৈছে ‘অগ্নিপথ’ প্ৰকল্প। কেন্দ্ৰৰ এই প্ৰকল্পৰ বিৰোধিতা কৰিছে জেডিইউয়ে। এই প্ৰেক্ষাপটত নীতি আয়োগৰ বৈঠকত অনুপস্থিত থকাৰ সিদ্ধান্তক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Tags: নীতিশ কুমাৰনৰেন্দ্ৰ মোদী
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT