ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

দিছপুৰৰ পুৰণি বিধায়ক আৱাস খালি কৰা অন্তিম দিনা অধিকাংশ বিধায়কে খালি নকৰিলে আৱাস

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 1, 2022
Reading Time: 1 min read
A A
0
দিছপুৰৰ পুৰণি বিধায়ক আৱাস খালি কৰা অন্তিম দিনা অধিকাংশ বিধায়কে খালি নকৰিলে আৱাস

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

অসম বিধানসভা নিৰ্দেশ মৰ্মে দিছপুৰৰ পুৰণি বিধায়ক আৱাস আজি ত্যাগ কৰিলে একাংশ বিধায়কে।দিছপুৰ সমষ্টি বিধায়ক অতুল বৰা, কাটলিচেৰা সমষ্টি বিধায়ক সুজাম উদ্দিন লস্ক’ৰে খালি কৰিলে বিধায়ক আৱাস।

উল্লেখ্য যে বিধানসভা অধ্যক্ষ দ্বিতীয়খন জাননী মৰ্মে পুৰণি বিধায়ক আৱাস খালি কৰা আজি অন্তিম দিন। আজিৰে পৰা আৱাসৰ বিদ্যুৎ সংযোগ কৰ্তন লগতে পানীযোগানো বিচ্ছিন হব বুলি কিছুদিন পূৰ্বে জাননী জৰিয়তে প্রকাশ কৰিছিল।তাপৰ্যপূৰ্ণ কথা যে পুৰণি আৱাসসমূহ ভাঙি নতুন আৱাস নিৰ্মাণৰ বাবে খালি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।

পূৰ্বতে ২০জুলাই শেষ সময়সীমা জাৰি কৰিছিল যদিও বিধায়কে উপযুক্ত আৱাস নোপোৱাত অধিকাংশই খালি কৰা নাছিল আৱাস।যোৱা ২৪জুলাইত অধ্যক্ষই আৱাস খালি কৰিবলৈ দ্বিতীয়খন জাননী জাৰি কৰিছিল।সেই জাননী মতে আজি একাংশই খালি কৰিছে যদিও অধিকাংশ বিধায়কে খালি কৰা নাই আৱাস।

Tags: দিছপুৰ
Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx