ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সংঘাত হ’ব দীপিকা-ভন্সালিৰ মাজতঃ

Staff Reporter by Staff Reporter
October 30, 2019
Reading Time: 1 min read
A A
0
সংঘাত হ’ব দীপিকা-ভন্সালিৰ মাজতঃ

জনপ্ৰিয় গায়ক বেইজু বাৱৰৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ বাবে প্ৰস্তুত হৈ পৰিছে বলীউডৰ টপ পৰিচালক সঞ্জয় লীলা ভন্সালি। দীপাৱলীৰ এই পবিত্ৰ ক্ষণতেই পৰিচালক গৰাকীয়ে ঘোষণা কৰে তেওঁৰ আহিবলগীয়া ছবিৰ বিষয়ে। কিন্তু এইখিনিতে উল্লেখনীয় যে, সঞ্জয় লীলা ভন্সালিৰ এই ছবিখনে মুক্তি লাভ অহা দুবছৰ পিছত অৰ্থাৎ ২০২১ চনৰ দীপাৱলীত।

RELATED POSTS

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

68641973 | ASSAM TIMES POST

আৰু, উক্ত সময়ছোৱাতে মুক্তি লাভ কৰিব মাইথ’লজিকেল ছবি দীপিকা অভিনীত “মহাভাৰত”। একে দিনাই দুইখন ছবিৰ মুক্তিৰ খবৰে এতিয়া বলীউডত আৰম্ভ কৰিছে বু বু-বা বা।

bc9284ec f97c 11e5 860d a0ffe8a3a28f | ASSAM TIMES POST

মহাভাৰত ছবিখনত দীপিকাই “দ্ৰৌপদী”ৰ চৰিত্ৰ ৰূপায়ন কৰিব কিন্তু বৰ্তমানলৈ সঞ্জয় লীলা ভন্সালিৰ “বেইজু বাৱৰ” ত কোন থাকিব বা ইয়াৰ শ্বুটিং আৰম্ভ সম্বন্ধে কোনো ধৰণৰ স্পষ্টীকৰণ বৰ্তমানলৈও অহা নাই।

source ; https://rupaliparda.com/archives/7387

Tags: bollywode moviebollywood film
Share6Tweet3Send

Related Posts

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

by News Desk
June 24, 2026
50
ADVERTISEMENT
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx