ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

মূল্যবৃদ্ধি ৰোধৰ দাবীত দীঘলীপুখুৰীৰ পাৰত জাতীয় পৰিষদৰ বিক্ষোভ

ষ্টাফ ৰিপৰ্টাৰঃ

Staff Reporter by Staff Reporter
July 27, 2022
Reading Time: 1 min read
A A
0
মূল্যবৃদ্ধি ৰোধৰ দাবীত দীঘলীপুখুৰীৰ পাৰত জাতীয় পৰিষদৰ বিক্ষোভ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

দৈ-চিৰাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ বহী-পেন্সিললৈ প্ৰায় সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰি অসহনীয় মূল্যবৃদ্ধিত চৰকাৰে উদগণি যোগোৱাৰ প্ৰতিবাদত তথা সামগ্ৰিকভাৱে মূল্য বৃদ্ধি ৰোধৰ দাবীত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত জাতীয় বিক্ষোভ কাৰ্যসূচী পালন কৰে৷

জাতীয় পৰিষদৰ বিক্ষোভদলৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসসহ প্ৰায়সকল জ্যেষ্ঠ নেতা উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত পাঁচ শতাধিক বিক্ষোভকাৰীয়ে চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে।

মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জি এছ টি প্ৰত্যাহাৰ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ ৰাইজৰ তেজখোৱা চৰকাৰ, নৰেন্দ্ৰ মোদী মিথ্যাচাৰী, হিমন্ত বিশ্ব শৰ্মা অহংকাৰী আদি শ্লোগান দিয়ে৷

প্ৰতিবাদস্থলীত আগবঢ়োৱা ভাষণত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ইউ পি এ চৰকাৰৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদ কৰিয়ে বিজেপি শাসনলৈ আহিছিল৷ বিজেপি দলে আচ্ছে দিন অৰ্থাৎ ভাল দিন অনাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ক্ষমতালৈ অহাৰ পিচতেই বিজেপিৰ চৰকাৰে এটাৰ পিচত এটাকৈ জনবিৰোধী পদক্ষেপ লবলৈ আৰম্ভ কৰিলে৷

নৰেন্দ্ৰ মোদী ক্ষমাতালৈ আহিয়েই কৰ্পোৰট গোষ্ঠীসমূহক অধিক হাৰত ধন আহৰণৰ সুযোগ কৰি দিয়াৰ লগে লগে বনিয়া গোষ্ঠীসমূহে মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে৷ মোদী চৰকাৰে এফালৰ পৰা ৰাজহুৱা সম্পত্তিসমূহ বিক্ৰী কৰি চৰকাৰক দেওলীয়া কৰি পেলাইছে আৰু চৰকাৰৰ ৰাজকোষ পূৰণৰ বাব জনসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিছে৷

সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰৰ ওপৰতৰ অসহনীয় কৰৰ বোজা জাপি দিয়াৰ পিছত বৰ্তমানে পৰিস্থিয়ে এনে পৰ্যায় পাইছেগৈ যে এতিয়া কেৱল উশাহ-নিশাহৰ ওপৰতহে কৰ লগাবলৈ বাকী আছে৷ ভাৰত শাসন কৰা বৃটিছেও আনকি খাদ্য আটা-চিৰাৰ দৰে খাদ্য দ্ৰব্যৰ ওপৰত কৰ আৰোপ কৰা নাছিল৷ বিজেপি চৰকাৰে বৃটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীকো চেৰাই গৈছে৷

দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসে নিজৰ বক্তব্যত কয় যে বিজেপি চৰকাৰে ৰাইজক পশু-পক্ষীৰ দৰে এটা অৱস্থালৈ ঠেলি দিছে৷ 

পশু-পক্ষাৰ পিঞ্জৰাত আৱদ্ধ কৰিবলৈ যেনেকৈ প্ৰথমে টোপ দিয়া হয়, তেনেকৈ বিনামূলীয়া বা হিকাধিকাৰী আঁচনিৰ টোপ দিছে আৰু পিচত ভোট বেংকৰ পিঞ্জৰাত আৱদ্ধ কৰি পেলাবলৈ লৈছে৷ দেশৰ এই অৱস্থা অব্যাহত থাকিলে আমাৰ ইয়াতো অচিৰেই শ্ৰীলংকা সদৃশ পৰিৱেশৰ সূচনা হ’ব বুলি দাসে আশংকা ব্যক্ত কৰে৷

Tags: মূল্যবৃদ্ধি
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026
50
Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured
NORTHEAST

Violent Clash at Hima Langrin Dorbar : 7 Cops, Civilian Injured

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 8, 2026
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx