ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

অসমত এতিয়াও ৩ লক্ষাধিক বানৰ কবলত, আশ্ৰয় শিবিৰত ২০ হাজাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 13, 2022
Reading Time: 1 min read
A A
0
বছৰৰ দ্বিতীয়টো বানত ৰাজ্যত এই পৰ্যন্ত মৃত্যু ১০৭জনৰ

RELATED POSTS

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

বানাক্ৰান্ত অসমত নামিছে পানী। অৱশ্যে এতিয়াও বানপানীত ভাহি আছে সাতখন জিলাৰ প্রায় তিনি লাখ লোক। আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই প্রায় ২০ হাজাৰ মানুহ। ইমান দিনে পানীৰ তলত থকাৰ পিছত ক্রমশ পানী নামিব ধৰিছে বিস্তীৰ্ণ কৃষিক্ষেত্র, বসতিস্থলৰ পৰা। এইবাৰ আন এক যুদ্ধ আৰম্ভ হৈছে স্বাভাবিক জীৱনলৈ ঘূৰি অহাৰ।

ভয়ঙ্কৰ বানত অসমৰ ৩৪ খন জিলাত বহুতো ক্ষতিগ্রস্ত হৈছে। বানৰ প্ৰবলতা ক্রমশ কমিছে। নতুনকৈ কোনো মৃত্যুৰ খবৰ অহা নাই বুলি দূৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সূত্রে জানিব পৰা গৈছে। ৰাজ্য চৰকাৰ সূত্রৰ খবৰ মতে, অসমৰ সাতখন জিলাৰ ২,৯২,২৬৯ জন মানুহ এতিয়াও বানৰ কবলত আছে। তেওঁলোকৰ ঘৰ-বাৰী, খেতিমাটি সকলো পানীৰ তলত আছে। নতুনকৈ কোনো মৃত্যু নোহোৱাৰ বাবে মৃত্যুৰ সংখ্যা এতিয়াও ১৯২। তাৰ ভিতৰত ১৭৩ জনে বানত প্রাণ হেৰুৱাইছে, ১৯ জনৰ মৃত্যু হৈছে ধলত উটি গৈ।

এই পর্যন্ত বানত সকলোতকৈ বেছি ক্ষতিগ্রস্ত নখন জিলা হৈছে, কাছাৰ, চিৰাং, ডিমা হাচাও, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, নগাঁও, শিৱসাগৰৰ লগতে তামুলপুৰ। কাছাৰ, চিৰাং, ডিমা হাচাও, মৰিগাঁৱৰ লগতে তামুলপুৰৰ মুঠ ৮৩টা আশ্ৰয় শিবিৰত এতিয়াও থাকিবলৈ বাধ্য হৈ আছে ১৯,২৩৭ জন। তেওঁলোকৰ ভিতৰত ৫ হাজাৰৰো অধিক শিশু।

মঙ্গলবাৰে বানবিধ্বস্ত চিৰাং জিলা পৰিদর্শন কৰে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। কিছুদিন আগতে নিজলা নদী দুকুল উপচি উটুৱাই লৈ যায় বিস্তীর্ণ অঞ্চল। এইবাৰ ক্রমশ পানী নামিছে। তাৰ লগতে আৰম্ভ হৈছে নদীৰ খহনীয়া।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসমবান
Share5Tweet3Send

Related Posts

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d