✔️পশ্চিম কাৰ্বি আংলঙৰ জেংখাত বিধ্বংসী অগ্নিকাণ্ড।
✔️জেংখা দৈনিক বজাৰত সংঘটিত হয় এই ঘটনা
✔️বজাৰখনৰ বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠান জুইত ভস্মীভূত।
✔️নিমিসতে জুইত জাহ গ’ল বহু লক্ষাধিক টকাৰ বয় বস্তু ।
✔️এই পৰ্যন্ত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
✔️এখন দুকানৰ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰাই সংঘটিত হয় জুইৰ সূত্ৰপাত ।
✔️এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনী।
✔️জুই নোমবোৰ বাবে স্থানীয় লোকে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷