ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰাজ্যত বানত মৃত্যু শতাধিক, বহু লোক সন্ধানহীন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 23, 2022
Reading Time: 1 min read
0
ৰাজ্যত বানত মৃত্যু শতাধিক, বহু লোক সন্ধানহীন

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

টাৰ্গেট ৰঙা স্কুটিঃ শিক্ষাবিভাগে প্ৰদান কৰা ৰঙা স্কুটিত জব্দ হৈছে ড্ৰাগছ

জাপানীজ এনকেফেলাইটিজ ৰোগে ভয়ংকৰ ৰূপ লৈছে নগাঁও জিলাতঃ

President calls Himanta to enquire about flood situation : 

বান পৰিস্থিতিৰ বাবে অসমত অব্যাহত আছে মৃত্যু সমদল। উত্তৰ-পূবৰ ৰাজ্যখনত বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। উল্লেখ্য যে,৪ শিশুসহ আন ১২ জন লোক নিহত হয়। অসমত চলিত বৰ্ষত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে।

জানিব পৰা মতে হোজাই জিলাত ৪ জন লোকৰ মৃত্যু হৈছে। কামৰূপত দুজন লোকৰ মৃত্যু। নলবাৰীৰ বৰপেটাত ৩ জনৰ মৃত্যু হৈছে। এই ৰোগত আক্ৰান্ত হৈছে ৫ কোটি ৪৭ লাখতকৈ অধিক লোক।

৩২ খন জিলাৰ চাৰি হাজাৰ ৯৪১ খন গাঁও ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক বৰ্তমানো সন্ধানহীন হৈ আছে ৷ গুৰুত্বপূৰ্ণ কথা এই যে ; জিলা প্ৰশাসনে মুকলি কৰিছে মুঠ ৭৪৫টা সাহায্য শিবিৰ। ১০২৫টা সাহায্য বিতৰণ কেন্দ্ৰৰ ব্যৱস্থাও কৰা হৈছে। ২.৬১ লাখতকৈ অধিক লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে।

ADVERTISEMENT
ADVERTISEMENT

পৰিতাপৰ বিষয় এই যে বান পৰিস্থিতিৰ বাবে ৯৯,০২৬ হেক্টৰতকৈ অধিক শস্যৰ ক্ষতি হৈছে। বৰ্তমানেও কপিলী, ব্ৰহ্মপুত্ৰ নৈৰ পানী বিপদ ৰেখাৰ ওপৰেৰে বৈ আছে। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনত কথা পাতি পৰিস্থিতিৰ বুজ লৈছে ৷

Like this:

Like Loading...

Related

Tags: বান
Share4Tweet3Send

Related Posts

টাৰ্গেট ৰঙা স্কুটিঃ শিক্ষাবিভাগে প্ৰদান কৰা ৰঙা স্কুটিত জব্দ হৈছে ড্ৰাগছ
Assam

টাৰ্গেট ৰঙা স্কুটিঃ শিক্ষাবিভাগে প্ৰদান কৰা ৰঙা স্কুটিত জব্দ হৈছে ড্ৰাগছ

by ASSAM TIMES POST
July 6, 2022
57
জাপানীজ এনকেফেলাইটিজ ৰোগে ভয়ংকৰ ৰূপ লৈছে নগাঁও জিলাতঃ
Assam

জাপানীজ এনকেফেলাইটিজ ৰোগে ভয়ংকৰ ৰূপ লৈছে নগাঁও জিলাতঃ

by Staff Reporter
July 6, 2022
61
President calls Himanta to enquire about flood situation : 
Assam

President calls Himanta to enquire about flood situation : 

by ASSAM TIMES POST
July 5, 2022
54
Flood condition improves in Assam: four more die, 11.17 lakh hit
Assam

Flood condition improves in Assam: four more die, 11.17 lakh hit

by ASSAM TIMES POST
July 5, 2022
53
Chargesheet filed against police for firing at ex-student leader:
Assam

Chargesheet filed against police for firing at ex-student leader:

by ASSAM TIMES POST
July 5, 2022
59
আলফা (স্বা) ৰ ৬ জনীয়া দলৰ টকা সংগ্ৰহৰ উদ্দেশ্যৰে ঘটিছিল আগমনঃ তিনিচুকীয়া আৰক্ষী
Assam

আলফা (স্বা) ৰ ৬ জনীয়া দলৰ টকা সংগ্ৰহৰ উদ্দেশ্যৰে ঘটিছিল আগমনঃ তিনিচুকীয়া আৰক্ষী

by Staff Reporter
July 5, 2022
54
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794704
Total views : 4876694
Who's Online : 20
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: