ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলঙত মোহন ভাগৱত:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্গত থাকিব তিনিদিন

ষ্টাফ ৰিপ'ৰ্টাৰ:

Staff Reporter by Staff Reporter
May 14, 2022
Reading Time: 1 min read
0
কাৰ্বি আংলঙত মোহন ভাগৱত:ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰ্গত থাকিব তিনিদিন

logo new 2 1 1 4 1 3 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱত চাৰিদিনীয়া কাৰ্যসূচীৰে আজি কাৰ্বি আংলং জিলাৰ ফুলনিত উপস্থিত হৈছে ।

ৰাষ্ট্ৰীয় স্বয়ং সেবক সংঘৰ মুৰব্বীগৰাকী ফুলনিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাতৃ সংগঠন বিশ্ব হিন্দু পৰিষদৰ আশ্ৰমত ১৩ মে’ৰ বিয়লি ভাগত উপস্থিত হৈ ১৪, ১৫ আৰু ১৬ মে’ তাৰিখে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় বৰ্ষৰ প্রশিক্ষণৰ বিভিন্ন দিশ চোৱা-চিতা কৰাৰ লগতে বৌদ্ধিক প্ৰদান কৰিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকী গৰাকীয়ে ১৭ মে ‘ পুনৰ উভতি যাব ।

কাৰ্বি আংলঙত মোহন ভাগৱতইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মূৰব্বীগৰাকীয়ে মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক অনুষ্ঠানত অংশ গ্রহণ কৰি কাৰ্বি আংলং জিলাৰ ফুলনিত উপস্থিত হয় । উল্লেখ্য, কাৰ্বি আংলঙৰ ফুলনিৰ আশ্ৰমত ৯ মে’ৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্রৰ দ্বিতীয় বৰ্ষৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰ।

মোহন ভাগৱতৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত প্ৰথম বৰ্ষৰ প্রশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে এই প্রশিক্ষণত অংশ গ্রহণ কৰে বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱম জানিবলৈ দিছে। ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ আৰু উত্তৰ অসম প্ৰান্তৰ প্ৰায় সংখ্যক অধিকাৰীয়ে এই প্রশিক্ষণ শিবিৰত উপস্থিত থাকিব ।

ADVERTISEMENT
ADVERTISEMENT

ইয়াৰ পূর্বে ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ দ্বিতীয় বৰ্ষৰ প্রশিক্ষণ সমূহ হোজাইৰ লগতে গুৱাহাটীত অনুষ্ঠিত হৈছিল যদিও এইবেলি কাৰ্বি আংলং জিলাৰ ফুলনিৰ আশ্ৰমত এই প্রশিক্ষণ অনুষ্ঠিত হৈছে ৷ ইয়াৰ বাবে ফুলনিৰ আশ্ৰমখনক নকৈ সজাই তোলা হৈছে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় বৰ্ষৰ বৰ্গত মুঠ ১৫৪ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণ গ্রহণ কৰাৰ লগতে ১৬ গৰাকী শিক্ষকে প্ৰশিক্ষণ দিব। তদুপৰি, শতাধিক কাৰ্যকৰ্তাই বিভিন্ন ক্ষেত্রত ভাগ লৱ বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে।

Like this:

Like Loading...

Related

Tags: মোহন ভাগৱত
Share8Tweet5Send

Related Posts

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

by News Desk
May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

by News Desk
May 22, 2022
52
কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচন : ২য় দিনত ১৬খন মনোনয়ন-পত্ৰ দাখিল

by News Desk
May 21, 2022
94
ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ
KARBI ANGLONG

ডিফুত পৰিষদীয় নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা : বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকৰ ক্ষোভ

by News Desk
May 20, 2022
57
কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল
KARBI ANGLONG

কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি বিভিন্ন দলৰ ৯টা মনোনয়ন পত্ৰ দাখিল

by Staff Reporter
May 21, 2022
58
ADVERTISEMENT
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022
52
“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ
Entertainment

“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

May 21, 2022
50
774139
Total views : 4458768
Who's Online : 18
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022

Categories

ALL NEWS (17142) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (470) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1968) Lifestyle (23) literature (16) National-International (3328) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: