ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ গুৱাহাটী মহানগৰীত সোমবাৰ-মঙলবাৰে কোন কেইটা পথ বন্ধ থাকিব, পঢ়ক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 8, 2022
Reading Time: 1 min read
A A
0
গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ গুৱাহাটী মহানগৰীত সোমবাৰ-মঙলবাৰে কোন কেইটা পথ বন্ধ থাকিব, পঢ়ক

logo new 2 1 1 4 1 3 4 5 | ASSAM TIMES POST

RELATED POSTS

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

দুদিনীয়া ভ্ৰমণসূচীৰে আজি নিশা গুৱাহাটীত উপস্থিত হব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ।গৃহমন্ত্ৰী আগমনক লৈ গুৱাহাটী মহানগৰীত ৯-১০মে’ত যান-বাহন চলাচলত কেতবোৰ নীতি-নিৰ্দেশনাৰ জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।

পথ বন্ধ সেই মৰ্মে ৯মে’ পুৱা ৪বজাৰ পৰা নিশা ৯ বজালৈ আৰু ১০মে’ পুৱা ৪বজাৰ পৰা নিশা ১০বজালৈ গুৱাহাটী মহানগৰ অন্তৰ্গত ২৭নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকাযুক্ত বা ততোধিক চকাযুক্ত বাণিজ্যক বাহন সমূহ চলাচল কৰিব নোৱাৰিব।

আনহাতে ৯মে’ আবেলি ৪বজাৰ পৰা নিশা ৯বজালৈ সকলোধৰণৰ বাণিজ্যক বাহন ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, তইবুল্লাহ ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত চলাচল কৰিব নোৱাৰিব।

ইপিনে ১০মে’ পুৱা ৮বজাৰ পৰাদিনৰ ২বজালৈ সকলো ধৰণৰ লঘু, মধ্যম আৰু গধুৰ বাণিজ্য যান-বাহনসমূহ বি বৰুৱা ৰোড, বি কে কাকতি ৰোড, জি এন বি ৰোডত চলাচল কৰিব নোৱাৰিব।

একেদৰে ১০মে’ পুৱা ৭বজাৰ পৰা ৰাতি ৯বজালৈ লঘু, মধ্যম আৰু গধুৰসকলো ধৰণৰ বাণিজ্যক বাহন জি এছ ৰোড আৰু পাঞ্জাৱাৰী ৰোডত চলাচল বন্ধ থাকিব।দেওবাৰে পানবজাৰ যান-বাহন শাখা মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি যান বাহন শাখা উপ-আৰক্ষী আয়ুক্তই এই কথা জনাই।

উল্লেখ্য যে আজি নিশা ১০বজাত গুৱাহাটীত উপস্থিত হব গৃহমন্ত্ৰী অমৃত শ্বাহ।সোমবাৰে জি এম চি এইচৰ চুপাৰ স্পেচিয়েলিটি হাস্পতাল মুকলি কৰিব।ইফালে মঙলবাৰে অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান কৰিব নেহৰু ষ্টেডিয়ামত।পাছবেলা হিমন্ত চৰকাৰ প্ৰথমবৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰিব।তাৰ পৰা গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশলব।

Tags: অমিত শ্বাহগৃহমন্ত্ৰী
Share4Tweet3Send

Related Posts

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx