ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী নিছ তেৰাংপীৰ সমৰ্থনত ৰংপ্লিমপ্লামত নিৰ্বাচনী সভা:

ছাইদুল ইছলাম:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 30, 2022
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী নিছ তেৰাংপীৰ সমৰ্থনত ৰংপ্লিমপ্লামত নিৰ্বাচনী সভা:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত নিৰ্বাচনী বতাহ নিৰ্বাচনী অধিসুচন জাৰি হোৱাৰ পূৰ্বে ক্ৰমাৎ গৰম হৈ পৰিছে। যোৱা পৰিষদীয় নিৰ্বাচনত ১৯ নং ধনশিৰি পৰিষদীয় সমষ্টিত বৰ্তমানৰ পৰিষদৰ ই এম প্ৰদীপ ডিফুছাৰ বিৰুদ্ধে নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা আগবঢ়াই দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে।

পৰিষদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থীসেই একে উদ্দেশ্য আগত ৰাখি সমাগত পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত হৈছে নিছ তেৰাংপী। আজি ডিফুৰ সমীপৱৰ্তী ৰংপ্লিমপ্লামত কমিউনিটি হ’ল ধনশিৰি পৰিষদীয় সমষ্টিৰ প্ৰায় ৩০ জনীয়া গাঁওবুঢ়া স্থানীয় সচেতন ৰাইজ আৰু জেষ্ঠ নাগৰিকৰ অংশ গ্ৰহণেৰে এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

নিৰ্বাচনী সভাসভাখন পৌৰুহিত্য কৰে ৰিংছ’ৰংফাৰে। সভাত ৰিছ’ তেৰাংপীৰ সমৰ্থনত আৰু সমাগত পৰিষদীয় নিৰ্বাচনত তেৰাংপীক ভোট দি এগৰাকী শিক্ষিত আৰু সৎ ব্যক্তিক ভোট দান কৰিবলৈ ৰাইজক আহ্বান জনায়। নিচ’তেৰাংপীৰ নেতৃত্বত ধনশিৰি পৰিষদীয় সমষ্টিত অভূত পূৰ্ণ উন্নয়ণ হ’ব বুলি সভাত উপস্থিত থকা গাওঁবুঢ়াসকলে মন্তব্য কৰাৰ লগত ধনশিৰিত পৰিবৰ্তন বিচাৰে সভাত অংশগ্ৰহনকাৰী সকলে।

আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নিৰ্দলীয় প্ৰাৰ্থী নিছ তেৰাংপীয়ে কয়যে, তেওঁ নিৰ্দলীয় ভাবে জয়ী হলেও শাসনত থকা দলৰ সৈতে থাকি ধনশিৰি পৰিষদীয় সমষ্টিৰ উন্নয়ন সাধন কৰিব ৷ এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত উন্নয়ণৰ খাতিৰত ধনশিৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক উন্নয়নৰ খাতিৰত জয়ী কৰাব বুলি স্পষ্ট আশাবাদী ৷

Tags: Electionনিৰ্বাচনী সভা
Share4Tweet3Send

Related Posts

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
ADVERTISEMENT
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx