প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসভালৈ পশ্চিবংগৰ পৰা অহা এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ দুৰ্ঘটনা। এখন ট্ৰাকে খুন্দিওৱাৰ ফলত নগাঁৱৰ কঠিয়াতলীত সংঘটিত হয় এই দুৰ্ঘটনা। কেইবাজনো লোক আহত।
কঠিয়াতলী চাৰিআলিত কোনো আৰক্ষীৰ লোক নথকাৰ বাবে দুৰ্ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।