ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাইলৈ শান্তি আৰু বিকাশৰ বতৰালৈ কাৰবি পাহাৰত প্ৰধানমন্ত্ৰী মোদী:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
April 27, 2022
Reading Time: 1 min read
A A
0
কাইলৈ শান্তি আৰু বিকাশৰ বতৰালৈ কাৰবি পাহাৰত প্ৰধানমন্ত্ৰী মোদী:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

কাইলৈ শান্তি আৰু বিকাশৰ বতৰালৈ পাহাৰীয়া জিলা কাৰবি আংলঙৰ হাওৰাঘাট মহকুমাৰ লৰিনথেপীত বিশাল জনসভাত ভাষণ প্ৰদান কৰিব বিশ্বৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এইলৈ ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ যৌথ প্ৰচেষ্ঠীত লৰিনথেপীৰ ৭০০ বিঘাৰ বৃহৎ কৃষি ভূমিত আটক ধুনীয়া আৰু বৃহৎ পেণ্ডেল আৰু মঞ্চৰ লগতে অস্থায়ী হেলিপেড নিৰ্মাণ কৰি উলিয়াইছে কৰ্তৃপক্ষই ৷

কাৰবি পাহাৰত প্ৰধানমন্ত্ৰী মোদীপ্ৰধান মন্ত্ৰী গৰাকীক আদৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ অহা বাটত বৃহৎ হৰ্ডিং আঁৰি শোভা বৰ্ধন কৰা হৈছে ৷ কেইবা সহস্ৰাধিক যান বাহনক মানুহ আনিবলা নিয়েজিত কৰা হৈছে ৷ কাৰবি শান্তি চুক্তিৰ জৰিয়তে ছয় বিদ্ৰুোহী সংগঠন মূল সূতিলৈ ঘূৰি অহাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰৰ বাবে শান্তিৰ বতৰালৈ কাৰবি আংলঙত অহাৰ বাবে ৰাইজৰ মাজত উৎসুকতীলবৃদ্ধি পাইছে ৷

জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে প্ৰধানমন্ত্ৰী গৰাকীক সভাস্থলীলৈ অহাৰ বাটত নিজ নিজ সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণিপ্ৰধানমন্ত্ৰী গৰাকীৰ আগমণকলৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ মন্ত্ৰী সকল সঘনাই সভাস্থলী নিয়মীয়াকৈ পৰ্যৱেক্ষণ কৰি আহিছে ৷
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সঘনাই সমাৰোহস্থলীত উপস্থিত থাকি সমাৰোহৰ তদাৰক কৰি অহা দেখিবলৈ পোৱা গৈছে ৷

ইয়াৰোপৰিও দুই মন্ত্ৰী পিযুষ হাজৰিকা আৰু যোগেন মোহন’ অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন, বিধায়ক সকল ক্ৰমে, বিদ্যাছিং ইংলেঙ, দৰছিং ৰংহাঙ, ৰূপছিং টেৰণ , কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, সদস্য সকল উপস্থিত থাকি প্ৰস্তুতিৰ তদাৰক কৰি আহিছে ৷

ইয়াৰোপৰি বিজেপি দলৰ নেতা-কৰ্মী সকল গাঁৱে-ভূঁঞে গৈ ৰাইজক সমাৱেশৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি কাইলৈ দিনৰ ১২ বজাত লৰিনথেপিত উপস্থিত হবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী এঘণ্টা সময় লৰিনথেপিত কটাই ৰাইজক সম্বেধি ভাষণ প্ৰদান কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে ৷

লক্ষ্যাধিক ত্ৰিৰংগা পতাকা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰাৰ পৰিকল্পনা দলীয় কৰ্মীৰ:

প্ৰধানমন্ত্ৰী গৰাকীক কাইলৈ সমাৰোহস্থলীত আদৰণি জনাবলৈ বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰধানমন্ত্ৰী গৰাকী লৰিনথেপিত উপস্থিত হোৱাৰ লগে লগে লক্ষ্যাধিক ত্ৰিৰংগা পতাকাৰে অভিভাদন জ্ঞাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে এক অভিলেখ ৰচনা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

cd82e495 1be9 455a af17 506b5c1354db | ASSAM TIMES POSTইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে পাঁছ মিনিট সময়জুৰি “মোদী”, ‘মোদ’ ধ্বনিৰে প্ৰধানমন্ত্ৰী গৰাকীক স্বাগতম জনোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷আনহাতে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ এক বৃহৎ জনগোষ্ঠীয় শিল্পীদল সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷

অসমীয়া, কাৰবি, টাই আহোম, ডিমাচা, বড়ো, ৰেংমা নাগা, আদিবাসীকে ধৰি জিলাখনত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে প্ৰধানমন্ত্ৰী গৰাকীক সভাস্থলীলৈ অহাৰ বাটত নিজ নিজ সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনাব ৷

ইতিমধ্যে সমাৱেশ স্থলীত উপস্থিত হোৱা সাংস্কৃতিক দল সমূহে এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰিছে আনহাতে বিগত কেইবাদিন ধৰি সমগ্ৰ কাৰবি আংলং জিলাৰ লগতেসমাৰোহ থলীৰ চৌদিশে নিশ্ছিদ্ৰ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷

Tags: PM Modi in Karbi Anglongকাৰবি পাহাৰত প্ৰধানমন্ত্ৰী মোদী
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx