ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home BREAKING NEWS

ডিব্ৰুগড় চহৰত সংঘটিত এক চাঞ্চল্যকৰ আত্মহত্যাৰ কাণ্ডঃ ১৫ বছৰীয়া কিশোৰীয়ে গুলিয়ালে নিজক

Staff Reporter by Staff Reporter
April 1, 2022
Reading Time: 1 min read
A A
0
ডিব্ৰুগড় চহৰত সংঘটিত এক চাঞ্চল্যকৰ আত্মহত্যাৰ কাণ্ডঃ ১৫ বছৰীয়া কিশোৰীয়ে গুলিয়ালে নিজক

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ কাণ্ড। ১৫ বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰী ছাত্ৰী ঈশানী বেজবৰুৱাই নিজ বাসগৃহত আমোলাপট্টী গাৰ্ডকোৱাটাৰত পিতৃ প্ৰাণজিৎ বেজবৰুৱাৰ অস্ত্ৰ ব্যৱসায়ৰ পিষ্টলেৰে গুলিয়াই আত্মহত্যা কৰে। অৱশ্যে এয়া আত্মহত্যা নে অইন কিবা জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, কিশোৰী ছাত্ৰী গৰাকীৰ পিতৃ প্ৰাণজিৎ বেজবৰুৱাই চহৰখনৰ গাৰ্ডকোৱাটাৰৰ আসাম টাইপৰ বাসগৃহতেই দীৰ্ঘদিনৰ পৰা ‘ডিকেবি গান হাউচ’ৰ জৰিয়তে মৰাণাস্ত্ৰৰ ব্যৱসায় কৰি গৈছিল। খবৰনুসৰি, গুলীচালনাৰ সময়ত কিশোৰী গৰাকীৰ পিতৃ নিজ গৃহত উপস্থিত নাছিল যদিও ভাতৃ আৰু মাতৃ বাসগৃহত আছিল ।তেনে সময়ত কিশোৰী গৰাকীয়ে কেনেদৰে গুলী ভৰ্তি মৰণাস্ত্ৰ পালে সেই লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

WhatsApp Image 2022 04 01 at 10.00.18 PM e1648863943287 | ASSAM TIMES POSTআনহাতে ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো তদন্ত নকৰাৰ লগতে সাধাৰণ ঘটনা হিচাবে গ্ৰহণ কৰা বিষয়টোৱেও ৰহস্যঘণ কৰি তুলিছে। এই পৰ্যন্ত মৰাণাস্ত্ৰ জব্দ বা বাসগৃহত কোনো তদন্ত নকৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ আগতো কোনো মন্তব্য প্ৰকাশ কৰা পৰা বিৰত আছে ডিব্ৰুগড়ৰ আৰক্ষী।

অসম মেডিকেল কলেজৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি– আজি দিনৰ প্ৰায় ১২:৪৫ বজাত এটা আত্মহত্যাৰ প্ৰচেষ্টাৰে কৰা গুলী বিদ্ধ যুৱতী গৰাকীয়ে পিষ্টলেৰে নিজ থুতুৰিৰ বাঁওহাতে গুলি কৰাত গুলি ভেদী মুখমণ্ডলৰ বাঁওদিশত অতি বেয়াকৈ আঘাটপ্ৰাপ্ত হয়। গুলি শৰীৰতে আছে নে,সেয়া এতিয়াও আমি নিশ্ছিত হব পৰা নাই।ব হু পৰীক্ষা-নিৰক্ষা কৰাৰ অন্ততহে স্পষ্ট হব বুলি অধীক্ষক ডাঃ দিহিঙীয়াই সদৰী কৰে।

বৰ্তমানেও মেডিকেলৰ চাৰ্জিকেল ৱাৰ্ডৰ আইচিইউত ভেন্টিলেচনত ৰখা কিশোৰী গৰাকীৰ ৰক্তচাপ স্বাভাৱিক যদিও অতি সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় লোকে জানিবলৈ দিয়া মতে গুলীৰ শব্দ শুনিহে সকলো ওলাই আহিছিল। উক্ত ঘটনা বাসগৃহটোৰ এক নিদিষ্ট কোঠাত সংঘটিত হৈছিল যদিও নিজ পৰিয়ালৰ পৰা স্পষ্টকৈ জানিব পৰা হোৱা নাই।আনহাতেদি ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাৰ সবিশেষ জনোৱাৰ পৰা বিৰত থাকি ঘটনা গাপ দিয়াৰ চেষ্টাই সমগ্ৰ ৰসহ্যঘণ কৰি তুলিছে।

Tags: suicided in Dibrugarhডিব্ৰুগড় চহৰত চাঞ্চল্যকৰ আত্মহত্যা
Share4Tweet3Send

Related Posts

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx