ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

স্নাতক পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ সাফল্যঃ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল ৪ শিক্ষাৰ্থীৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 10, 2019
Reading Time: 1 min read
A A
0
স্নাতক পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ সাফল্যঃ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল ৪ শিক্ষাৰ্থীৰ

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ডিজিটেল বাৰ্তা, নগাঁওঃ আজি ঘোষণা কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষান্ত পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ফিনান্স শাখাত নৱজ্যোতি যোচেফ ৰাহিয়ে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। একেদৰে বুৰঞ্জী বিভাগত ৰূপশিখা কলিতাই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান, পদাৰ্থ বিজ্ঞান বিভাগত প্ৰজ্ঞা জ্যোতি লস্কৰে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু পৰিসংখ্যা বিভাগৰ ৱাচিম চাবিলউদ্দিন আহমেদে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।

একেদৰে ভূগোল বিজ্ঞান বিভাগৰ আশীষ শইকীয়াই কলা শাখাত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান, ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰীতি বৰাই প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ পৰা সৰ্বমুঠ ৩৯০ গৰাকীয়ে ৬০% অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কলা শাখাত ২৬৯ গৰাকী, বিজ্ঞান শাখাত ৮৭ গৰাকী আৰু বাণিজ্য বিভাগত ৩৪ গৰাকীয়ে স্থান লাভ কৰে।

নগাঁও মহাবিদ্যালয়ৰ এনে সাফলতাৰ বাবে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক ধন্যবাদ আৰু শলাগ লয়। পৰিচালনা সমিতিৰ সভাপতি আলিমুজ জামান আৰু বিধায়ক ৰূপক শৰ্মাই কলেজখনৰ এনে সাফল্যত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলক অভিনন্দন জ্ঞাপন কৰে। আজি ঘোষিত স্নাতক পৰীক্ষাত নগাঁও মহাবিদ্যালয়ৰ সাফল্যত সমগ্ৰ মহাবিদ্যালয়খনতে এক আনন্দৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d