ASSAM TIMES POST
নগাওঁঃ নগাঁও চহৰৰ কদমতলত আজি পুৱা শিলঘাট-গুৱাহাটী যাত্রীবাহী ৰেলগাড়ীৰ চেপাত এজন লোক নিহত হয় । নিহত লোকজনক চকীটুপ অঞ্চলৰ আব্দুল ৰশ্বিদ বুলি চিনাক্ত কৰা হয়। ৰশ্বিদ মানসিক ৰোগত আক্রান্ত হৈ থকা বুলি জানিব পৰা গৈছে । আজি পুৱা তেওঁ ঘৰৰ পৰা ওলাই অহাৰ পাচত দুৰ্ঘটনাটো সংঘটিত হয় ।











