ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঢেঁকীয়াজুলি লোমহৰ্ষক জিলি -কৰবী হত্যাকাণ্ড ৭মাহে গ্ৰেপ্তাৰ নহল দোষী: ৰাভা ছাত্ৰ সন্থা ক্ষোভ:

ASSAM TIMES POST by ASSAM TIMES POST
September 21, 2021
Reading Time: 1 min read
A A
0
ঢেঁকীয়াজুলি লোমহৰ্ষক জিলি -কৰবী হত্যাকাণ্ড ৭মাহে গ্ৰেপ্তাৰ নহল দোষী: ৰাভা ছাত্ৰ সন্থা ক্ষোভ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

Assam’s Haflong College Students Protest Alleged Exam Irregularities

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ষ্টাফ ৰিপ’ৰ্টাৰ:

ৰাজ্যৰ কঁপাই তোলা ঢেঁকীয়াজুলি চপাই বালিগাঁও মাতৃ-কন্যা জিলি ৰাভা, কৰবী ৰাভা হত্যাকাৰী শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থা।লোমহৰ্ষক ধৰ্ষণৰ পাছত হত্যাকৰা বিগত ৭ মাহ হৈ যোৱাৰ পাছতো ঘটনাৰে জড়িত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।

ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে হত্যাকাৰী ৰক্ষনাবেক্ষণ দিয়া অভিযোগ ছাত্ৰ সংগঠনটো।গুৱাহাটীৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সংবাদমেলত সমাজকর্মী ৰাজু দেউৰীয়ে কয়- জনগোষ্ঠীয় হোৱা বাবে গা-এৰা দিছে চৰকাৰে।যদি কোনো শৰ্মা বা অন্য উপাধি লোক হলে বিষয়টো গুৰুত্বভাৱে ললে হয় ।জনগোষ্ঠীয় হোৱা বাবে নেগলেক্ট কৰিছে।

উল্লেখ ২০ ফেব্ৰুৱাৰীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ড সময়ত ঘটনাস্থলীত শোণিতপুৰৰ এছপি আৰু উপায়ুক্ত কোনো উপস্থিত হোৱা নাছিল বুলি দেউৰীয়ে কয়।গুৰুত্বপূৰ্ণ কথা উক্ত সময়ত জিলা খনত উপায়ুক্ত আছিল মানবেন্দ্ৰ প্ৰতাপ সিং, এছপি ধ্ৰুৱজ্যোতি মহন্ত।

আনহাতে, Scheduled Cast and Scheduled tribes(Prevention of Atrocity) Act-1989 অনুসৰি ঘটনাৰ তদন্তৰ ধাৰা সংযোজন নকৰা বাবে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰা নাই প্ৰাপ্য সাহাৰ্য।এই আইন অনুসৰি ক্ষতিগ্ৰস্ত পৰিয়াল টোৱে লাভ কৰে সাহায্য।

ইয়াৰ উপৰিও উক্ত আইনখনৰ অধীনত ঘটনাৰ দুমাহৰ ভিতৰত দিব লাগে অভিযোগনামা কিন্তু অভিযুক্ত তথা দোষী বৰ্তমালৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰাতো অসম আৰক্ষী তথা চৰকাৰৰ বাবে লজ্জাজনক – দেউৰীয়ে কয়।

ইফালে চৰকাৰক ঘটনাৰে জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰে দুৰ্ভাগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনায়।

তাপৰ্যপূৰ্ণ কথা দুষ্কৃতিকাৰীয়ে মাতৃ কন্যাক হত্যা কৰাৰ উপৰিও তিনি বছৰীয়া কন্যাক বেয়াকৈ আঘাত প্ৰাপ্ত কৰিছিল।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx