ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হ’ল নেকি “এংগগেজমেণ্ট” বিকি কৌশল-কেটৰিণা কাইফৰ?

Staff Reporter by Staff Reporter
August 23, 2021
Reading Time: 1 min read
A A
0
হ’ল নেকি “এংগগেজমেণ্ট” বিকি কৌশল-কেটৰিণা কাইফৰ?

RELATED POSTS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

বিকি কৌশল আৰু কেটৰিণা কাইফে নিজৰ সম্পৰ্কটোক লৈ সদায় মিডিয়াৰ পৰা লুকা-ভাকু খেলি থকা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সম্পৰ্কটোক লৈ কোনোধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ বৰ্তমানেও নাই অহা যদিও খবৰ আহিছে যে উক্ত প্ৰেমিকদ্বয়ে লুকাইয়ে নিজৰ “এংগেজমেন্ট” কৰি পেলাইছে। এই খবৰৰ পিছত তাৰকা দুগৰাকী অনুৰাগী উৎসাহিত হোৱাৰ লগতে আচৰিতো হৈ পৰিছে। শেহতীয়াকৈ এওঁলোকক “শ্বেৰছাহ” ৰ ক্ৰীণিঙত দেখিবলৈ পোৱা গৈছিল। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ “এংগেজমেণ্ট” ৰ খবৰ লাভ কৰা গৈছে যদিও এতিয়ালৈ দুয়োটা দিশৰ পৰা ঘোষণা অহা নাই। কিন্তু এইখিনিতে, চচিয়েল মিডিয়াত আন এটা বিষয়েহে লাভ কৰিছে চৰ্চা, কেটৰিণা কাইফ আৰু বিকি কৌশলে সম্পৰ্কক নাম দিছে বুলি জানিবলৈ পাই অভিনেতা ছলমান খানলৈ সমবেদনা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। অভিনেতা গৰাকীক দুখ নকৰিবলৈ কৈছে বিভিন্ন জনে।

হ'ল নেকি "এংগগেজমেণ্ট" বিকি কৌশল-কেটৰিণা কাইফৰ? 2

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে কেটৰিণা কাইফ আৰু বিকি কৌশলৰ ফেন ক্লাৱে ধাৰণা কৰিছিল যে তাৰকাদ্বয়ে একেলগে নতুন বছৰ উদযাপন কৰিছে। দুয়োয়ে একেলগে কোনো ফটো আপলোড কৰা নাছিল যদিও একেধৰণৰ ঠাইৰ পৰা ফটো আপলোড কৰাৰ বাবেই ফেন ক্লাৱে এনে ধাৰণা কৰিছিল। কিন্তু পিছলৈ, এই সম্পূৰ্ণ কথাক সত্য প্ৰমাণিত কৰি কেটৰিণাই এখন ফটো আপলোড কৰে য’ত ভুলক্ৰমে আহি যায় বিকি কৌশল; অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা কিছু মূহুৰ্ত পিছতেই ফটোখন ডিলিট কৰি দিয়ে যদিও সেই সময়লৈ তেওঁৰ ফটো খন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত। কেটৰিণা কাইফ আৰু বিকি কৌশলৰ সম্পৰ্কৰ চৰ্চা বিগত ২ টা বছৰৰ পৰা অবিৰত ভাৱে চলি আহিছে। এই সম্পৰ্কত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে কোনো ধৰণৰ মোহৰ লগোৱা নাই যদিও তেওঁলোকৰ সম্পৰ্কক লৈ উৎসাহী অনুৰাগী।

SOURCE:https://rupaliparda.com/archives/28061

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d