ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সভাত মুখ্যমন্ত্ৰী সোণোৱাল

ASSAM TIMES POST by ASSAM TIMES POST
September 13, 2019
Reading Time: 1 min read
A A
0
নগাঁৱৰ এ ডি পি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সভাত মুখ্যমন্ত্ৰী সোণোৱাল

সহজ উপায়েৰে যি মানুহে সফলতা লাভ কৰিব বিচাৰে তেওঁ কেতিয়াও স্হায়ীত্ব লাভ কৰিব নোৱাৰে : মুখ্যমন্ত্ৰী

RELATED POSTS

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

ASSAM TIMES POST
নগাঁওঃ আনন্দৰাম ঢ়েকিয়াল ফুকনৰ কবিতা পঢ়ি ল’ৰালি কালতে অসমৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিছিলো । তেখেতে লিখনিৰ জড়িয়তে অসমৰ ভৱিষ্যত প্ৰজন্মক আহৱান জনাইছিল – এইখন অসমক আধুনিক ৰূপত গঢ় দিব লাগিব ।এই গৰাকী মহান ব্যক্তিৰ যি আশা – আকাংখ্যা তাক পূৰণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবই লাগিব ।

IMG 20190912 WA0038 | ASSAM TIMES POST

নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাপন সভাত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই মন্তব্য কৰে।

মুখ্যমন্ত্ৰী সোনোৱালে আৰু কয়, পৰিশ্ৰম নকৰিলে পৰিবৰ্তন নাহে ।পৰিশ্ৰম নকৰিলে সফলতাৰ দুৱাৰ দলিত উপনীত হ’ব নোৱাৰে ।এই কথাষাৰ মানি সকলো ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মানত উল্লেখযোগ্য ভূমিকা ল’ব লাগিব ।

ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে , এই সময়খিনি সোণালী সময়।এইখিনি সময় যদি সকলোৱে সদব্যৱহাৰ কৰে জীৱনত নিশ্চিত ভাবে সফল হব।সহজ উপায়েৰে যি মানুহে সফলতা লাভ কৰিব বিচাৰে তেওঁ কেতিয়াও স্হায়ীত্ব লাভ কৰিব নোৱাৰে, সন্মান বুটলিব নোৱাৰে।কঠোৰ পৰিশ্ৰমৰে আয়ত্ব কৰা সফলতাই নিজৰ লগতে সমাজক আৰু ৰাষ্ট্ৰক সুখী কৰে। মানব সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰে।এই লক্ষ্য‌ৰে প্ৰত্যেকগৰাকী ছাত্ৰ- ছাত্ৰীয়ে নিজৰ জীৱন গঢ়িব লাগিব।মূল্যবোধৰ আধাৰত‌ নেতৃত্ব বহন কৰিব লাগিব।

IMG 20190912 WA0041 | ASSAM TIMES POST

ইয়াৰোপৰি মহাবিদ্যালয়খনৰ ছাত্র- ছাত্ৰী সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ভাষণত কয় ছাত্ৰ-ছাত্ৰী সকলে এলাহৰ মনোভাৱ ত্যাগ কৰি কঠোৰ পৰিশ্ৰমৰে অধ্যয়ন কৰি মহাবিদ্যালয় খনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰত্যেকেই সংকল্প লব লাগিব।

কৰ্ম‌ই সাধনা, কৰ্তব্য‌ই ভগৱান বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ হলে কঠোৰ অধ্যয়ন কৰিব লাগিব। এই পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একো নাই কেৱল লাগে একাগ্ৰতা, সততা আৰু নিষ্ঠা।এই সমূহৰ জৰিয়তে সকলো সম্ভৱ কৰিব পাৰি।

ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে স্বামী বিবেকানন্দৰ আৰ্দশৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত বহুৱাবৰ বাবে লক্ষ্য স্হিৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজ্ঞান প্ৰযুক্তিবিদ্যা ,সাহিত্য, সংস্কৃতি,অৰ্থনৈতিক,ৰাজনীতি, সামাজিক ,আধ্যাত্মিক আদি দিশত ভাৰতবৰ্ষ আমেৰিকা চীনকৈও শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ‌ওক ,আমিও এই দিশত আত্মনিয়োগ কৰিব লাগিব ।

তেতিয়াহে ভাৰতবৰ্ষৰ বিশ্ব গুৰু আসনত প্ৰতিষ্ঠা লাভ কৰিব।অসমে সমমৰ্যদাৰে ,সম‌ অধিকাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশ খনৰ লগতে দক্ষিণ পূৱ এছিয়াত শীৰ্ষ স্হান অধিকাৰ কৰিব লাগিব।তাৰবাবে প্ৰতিজন অসমীয়াই ঐক্যবদ্ধ ভাবে সবকা সাথ সবকা বিকাশ এই নীতি লৈ আগবাঢ়িব লাগিব।

সভাত দিয়া ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, অসমত আই আই টি পৰ্যায়ৰ এখন ফুড প্ৰচেচিং ইনষ্টিটিউট হ’ব । এই প্ৰতিষ্ঠান খনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা পঞ্চাশ বিঘা মাটি বিচৰা হৈছে । সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মায়ো ভাষণ দিয়ে ।

আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে আদৰনি ভাষণ দিয়া আৰু অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা সভাখনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই , বিধায়ক ডিম্বেশ্বৰ দাস , নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া , আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধি উপস্হিত থাকে ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx