ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘ অসমৰ বাবে অগপৰ সৈতে’ নতুন শ্ল’গানঃ শণিবাৰে জন্মস্থান গোলাঘাটৰ পৰা অগপৰ সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ

ASSAM TIMES POST by ASSAM TIMES POST
September 13, 2019
Reading Time: 1 min read
A A
0
‘ অসমৰ বাবে অগপৰ সৈতে’ নতুন শ্ল’গানঃ শণিবাৰে জন্মস্থান গোলাঘাটৰ পৰা অগপৰ সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ

RELATED POSTS

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

511 Bags of Urea Seized in Assam’s Cachar; Two Arrested

ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ অসম গণ পৰিষদৰ জন্মস্থান গোলাঘাটৰ পৰা ই দলটিয়ে অহা ১৪ চেপ্তেম্বৰৰ পৰা সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ কৰিব।

‘অসমৰ বাবে অগপৰ সৈতে’ নতুন শ্ল’গানেৰে গোলাঘাটত ইতিমধ্যে সাজু হৈ উঠিছে, গোলাঘাটৰ লগতে ধনশিৰি আৰু বোকাখাত জিলা সমিতিৰ কৰ্মকৰ্তাসকল।

গোলাঘাট জিলাৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টিত কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক বিনোদ গোৱালা, মণিমাধৱ মহন্ত আৰু নুুৰুল চুলতানৰ উপস্থিতিত সদস্য ভৰ্তি অভিযান সমিতি গঠন কৰা হৈছে বুলি গোলাঘাট জিলা সমিতিৰ সম্পাদক মঃ আছিকুৰ ৰহমানে জানিবলৈ দিছে।

লগতে সম্পাদকগৰাকীয়ে বিবৃতিত প্ৰকাশ কৰা মতে, ১৪ চেপ্তেম্বৰৰ দিনৰ ১০ বজাত গোলাঘাট জিলা পুথিভঁৰাল প্ৰাঙ্গনৰ পৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত সদস্য ভৰ্তিৰ শুভাৰম্ভ কৰা হ’ব।

ইয়াৰোপৰি গোলাঘাট জিলা সমিতিয়ে ইতিমধ্যে সহস্ৰাধিক ব্যক্তিক দলত যোগদান কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি বিবৃতিটোত উল্লেখ কৰিছে।

লগতে গোলাঘাট জিলা সমিতিৰ সম্পাদকগৰাকী বিবৃতিটোৰ জৰিয়তে গোলাঘাট, বোকাখাত আৰু ধনশিৰি জিলা সমিতিৰ অন্তৰ্গত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকসকলৰ উপৰিও ভাত–ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক, বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে শুভাকাংশী ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা
ALL NEWS

Dhruv Rathi I জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰী পৰোৱানা

by Staff Reporter
November 23, 2026
50
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

by Staff Reporter
November 22, 2026
50
511 Bags of Urea Seized in Assam’s Cachar; Two Arrested
Assam

511 Bags of Urea Seized in Assam’s Cachar; Two Arrested

by Staff Reporter
November 21, 2026
51
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

by Staff Reporter
November 19, 2026
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

by Staff Reporter
November 19, 2026
50
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা
Assam

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

by News Desk
November 18, 2026
50
ADVERTISEMENT
Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’
National-International

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

November 24, 2026
50
Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ
National-International

Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ

November 24, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

November 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

Bhupen Hazarika birth centinary I ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানলৈ বিশেষ ৰে’ল, দিল্লীত এহেজাৰ শিল্পীৰ কণ্ঠত ‘মানুহে মানুহৰ বাবে’

November 24, 2026
Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ

Nepal India ties I নেপালৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা, প্ৰধানমন্ত্ৰী বলেন্দ্ৰক সাক্ষাতৰ পিছত ঘোষণা মোদীৰ

November 24, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d