ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পর্ন-কাণ্ডত পিতৃক গ্রেপ্তাৰৰ পিছত ছচিয়েল মিডিয়াত প্রথম পোষ্ট ৯ বছৰীয়া ৰাজ-পুত্রৰ

News Desk by News Desk
August 3, 2021
Reading Time: 1 min read
A A
0
পর্ন-কাণ্ডত পিতৃক গ্রেপ্তাৰৰ পিছত ছচিয়েল মিডিয়াত প্রথম পোষ্ট ৯ বছৰীয়া ৰাজ-পুত্রৰ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

নিউজ ডেস্কঃ

অন্তিমবাৰ ছচিয়েল মিডিয়াত ভিডিও পোষ্ট কৰিছিল ২৮ মে’ত। তাৰ পিছত ২ আগষ্ট। ইয়াৰ মাজত কণমানিটোৰ জীৱনৰ ওপৰেৰে বৈ গৈছে বহু ধুমুহা। হয়, ৰাজ কুন্দ্রা আৰু শিল্পা শেট্টিৰ ডাঙৰ পুত্ৰ ৯ বছৰীয়া ভিয়ান ৰাজ কুন্দ্রাৰ কথাকে কোৱা হৈছে।

বিগত ১৯ জুলাইত পর্ন ছবি নিৰ্মাণৰ অভিযোগত ৰাজক গ্রেপ্তাৰ কৰে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই।

View this post on Instagram

A post shared by Viaan Raj Kundra (@viaanrajkundra)

তেওঁৰে পুত্ৰ ভিয়ানে সোমবাৰে নিজৰ ইনস্টাগ্রাম প্রফাইলত মাতৃৰ সৈতে ছবি পোষ্ট কৰে। মাতৃয়ে পুত্ৰক সাবটি ধৰি গালত চুম্বন কৰি থকা ফটো।

উল্লেখ্য, ৰাজে তেওঁৰ এটি কোম্পানীৰ নাম দিছে পুত্ৰৰ নামত। উক্ত ‘ভিয়ান ইণ্ডাষ্ট্ৰিজ’ৰ কেইবাজনো সঞ্চালকৰ ভিতৰত শিল্পা শেট্টীও এগৰাকী। অৱশ্যে উক্ত ঘটনাৰ পিছত তেওঁ নিজৰ পদৰ পৰা ইস্তফা দিয়ে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT