ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এন আৰ চিৰ চূড়ান্ত তালিকাত নাম নাহিল ভাৰতীয় সেনাৰ এজন প্ৰাক্তন সেনা জোৱান আৰু এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতিৰঃ অসম গোৰ্খা সন্মিলনৰ প্ৰতিক্ৰিয়া

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0
NRC has published, only 19.07 lakh applicants not include

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

অজন্তা তালুকদাৰ, বোকাখাতঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত তালিকাত নাম নাহিল ভাৰতীয় সেনাৰ এজন প্ৰাক্তন সেনা জোৱান আৰু দুবাৰকৈ বিনা প্ৰতিদণ্ডিতাৰে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হোৱা এগৰাকী ব্যক্তিৰ পৰিয়ালৰ নাম । দুয়োজনেই গোৰ্খা সম্প্ৰদায়ৰ ৷ বোকাখাত মহকুমাৰ গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড, বোকাখাতৰ অধীনৰ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ পৰা দুবাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা জগত বাহাদুৰ ছেত্ৰী আৰু ভাৰতীয় সেনাত সুদীৰ্ঘ ৩০ বছৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন সেনা জোৱান ৰাম বাহাদুৰ ৰায়ৰ পৰিয়ালৰ নাম নুঠিল তালিকাত।

f3d1351b 584d 463b b1b1 932d83c5d4e7 | ASSAM TIMES POST

জগত বাহাদুৰৰ ঘৰ বোকাখাতৰ ডিফলুপথাৰত আৰু ৰাম বাহাদুৰ ৰায় ঘৰ খুমটাইত ৷ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত বোকাখাত, দেৰগাঁও আৰু খুমটাই সমষ্টিৰ প্ৰায় ২৫০ ৰ পৰা ৩০০ লোকৰ নাম প্ৰকাশ নহ’ল এন আৰ চিত ৷ কাৰোবাৰ পুত্ৰৰ নাম আহিছে যদি কাৰোবাৰ পিতৃৰ নাম প্ৰকাশ নাপালে চূড়ান্ত তালিকাত ৷ কিন্তু জগত বাহাদুৰ ছেত্ৰী আৰু ৰাম বাহাদুৰ ৰায়ৰ পৰিয়ালৰ কাৰোৱেই নাম প্ৰকাশ নাপালে এন আৰ চিৰ চূড়ান্ত তালিকাত ৷

আজি বিয়লি বোকাখাতৰ গোৰ্খা ভৱনত অসম গোৰ্খা সন্মিলন, গোলাঘাট পশ্চিম জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহকৰ অন্তত সংবাদ মেল যোগে এই কথা সদৰি কৰে সমিতিৰ বিষয়ববীৰ লগতে এন আৰ চিত নাম নহা দুই ব্যক্তিয়ে ৷ ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ মুঠেই সন্তষ্ট নহয় গোৰ্খা জাতিক প্ৰতিনিধিত্ব কৰা অসম গোৰ্খা সন্মিলন, গোলাঘাট পশ্চিম জিলা সমিতি ৷

ভাৰত-নেপালৰ ভূমি চুক্তিৰ আধাৰত অসমত দীৰ্ঘ সময় ধৰি বসবাস কৰি থকা গোৰ্খা সকল কোনো কাৰণতে বিদেশী নহয় বুলি দাবী কৰাৰ লগতে এন আৰ চিৰ ক্ষেত্ৰত প্ৰতিক হাজেলাক অসমত বসবাস কৰি থকা গোৰ্খাসকলৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবৰ বাবে দাবী জনায় ৷ এই ক্ষেত্ৰত এন আৰ চিত নাম ভৰ্তিৰ বাবে বিদেশী ন্যায়াধিকৰণত পুনৰ আবেদন নকৰে বুলি সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে সমিতিৰ সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীয়ে ৷

87151785 13cf 4546 b11d d14556919d22 | ASSAM TIMES POST

১৯৪২ চনত বোকাখাতৰ ডিফলুপথাৰত জন্ম লাভ কৰা জগত বাহাদুৰ ছেত্ৰীয়ে শিক্ষা গ্ৰহণৰ লগতে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে পঞ্চায়তৰ সভাপতি হিচাপে সমাজ সেৱাত নিজকে নিয়োজিত কৰি আহিছে ৷ তেওঁ পুত্ৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী সদৌ অসম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা আৰু গোলাঘাট জিলাত নেতৃত্ব বহন কৰি অসম আন্দোলনত জড়িত হৈ পৰিছিল ৷

আনহাতে ৰাম বাহাদুৰ ৰায়ে সুদাৰ্ঘ ৩০ বছৰ কাল ভাৰতীয় সেনাত জড়িত হৈ দেশ মাতৃ সেৱা আগবঢ়াই আহিছিল ৷ তেনে দুজন ব্যক্তিৰ নিজৰ লগতে পৰিয়ালৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰি যোৱাতো দুৰ্ভাগ্যজনক বুলি সংবাদ মেলত সদৰি কৰে অসম গোৰ্খা সন্মিলন, গোলাঘাট পশ্চিম জিলা সমিতিৰ সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীয়ে ৷ এই ক্ষেত্ৰত এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতিক হাজেলাক নিজৰ স্থিতি স্পষ্ট কৰিবৰ বাবে অসম গোৰ্খা সন্মিলন গোলাঘাট পশ্চিম জিলা সমিতিয়ে দাবী জনাইছে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
ADVERTISEMENT
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
50
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
50
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

July 24, 2026
SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on NEET paper leak : ধাৰাবাহিকভাৱে ভুল হৈ থাকিব নোৱাৰে, নীট কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 24, 2026
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx