ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ঘৰতে ‘স্পা’ কৰিব পৰা কেইটামান কৌশল

ASSAM TIMES POST by ASSAM TIMES POST
May 25, 2021
Reading Time: 1 min read
A A
0
ঘৰতে ‘স্পা’ কৰিব পৰা কেইটামান কৌশল

RELATED POSTS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

logo new 2 1 | ASSAM TIMES POST

বিশেষ প্ৰতিবেদন:

‘ৱর্ক ফ্রম হোম’ৰ কাৰণে ঘৰতে থাকিও যেন সময় নাই বেছিভাগ মানুহৰেই। সমগ্ৰ শৰীৰত বিষৰ সমস্যাও বাঢ়িছে। এফালে বহু ফ্লেট বা ঘৰলৈ এতিয়া পৰিচাৰিকা অহা নাই, সেয়ে ঘৰৰ সকলো কাম নিজেই কৰিবলগা হৈছে৷ সমানাধিকাৰৰ যুগতো ঘৰৰ সকলো কাম মহিলাসকলেই কৰিবলগা হৈছে।

সেয়ে নিজৰ যত্ন ল’বলৈ মাজে মাজে স্পা কৰিব পাৰে। ইয়াত মনো ভালে থাকে, শৰীৰো সতেজ হৈ উঠে। স্পা কিন্তু মহিলা আৰু পুৰুষ উভয়েই কৰিব পাৰে। নতুন স্বাভাৱিক জীৱনত মানসিক চাপ বাঢ়িছে বহুখিনিয়েই। সেই চাপ কমাবলৈও পার্লাৰৰ দৰে ‘ৰিলেক্সিং স্পা’ কৰিব পাৰে ঘৰতেই।

ঘৰতেই লাভ কৰিব স্পাৰ আৰাম

Foot spas | ASSAM TIMES POSTনিজৰ বাবে ২ ঘণ্টা সময় উলিয়াই ল’ব লাগিব। ফোন বন্ধ কৰি ৰাখক। প্রয়োজনত ঘৰৰ সদস্যসকলক জনাই দিয়ক যাতে আপোনাক এই সময়ত কোনোৱে বিৰক্ত নকৰে। গিজাৰৰ ছুইচ অন কৰক নহ’লে পানী গৰম কৰাৰ ব্যৱস্থা কৰক। লগতে মৃদু গান বা বাদ্যযন্ত্র বজাই ৰাখিব পাৰে৷ এটা বাটিত অলপ গোলাপ জলত তুলাৰ পেড ডুবাই ফ্রিজত ঠাণ্ডা হ’বলৈ দিয়ক৷

• আধা বাল্টি কিছু গৰম পানীত এক চামুচ বাথ ছল্ট বা নাথাকিলে এক চামুচ নিমখ দি ভৰি ডুবাই বহি থাককক ১০-১৫ মিনিট৷ সমগ্ৰ দিন খোজকাঢ়ি, বহি, হাউলি হাজাৰ কাম কৰি ভৰিত যি বিষ হয় তাত অলপ হ’লেও প্ৰভাৱ পৰিব৷

• ইচ্ছা থাকিলে চাবোন আৰু ব্রাছেৰে ঘঁহি ভৰি অলপ পৰিষ্কাৰো কৰি ল’ব পাৰে৷ বিষৰ স্থানবোৰত মিহিকৈ মাছাজ কৰিব পাৰে।

• বাথটাব থাকিলেতো কথাই নাই, গৰম পানীত ‘ফোম বাথ’ ল’ব পাৰিব। নহ’লে গৰম পানী ঢালি স্নান কৰক৷ শৰীৰৰ সকলো পেশী-সন্ধি ‘ৰিলেক্সড’ হ’ব।

• বহি কাম কৰাৰ বাবে পিঠি আৰু কঁকালত বিষ হ’লে সেইবোৰ স্থানেৰে গৰম পানী বৈ যাবলৈ দিয় অলপ বেছি সময় ধৰি৷ বিষ বহুখিনি কমিব৷ সুগন্ধি চাবোন ঘঁহি গা পৰিষ্কাৰ কৰিব লাগিব। মৃত কোষ জীৱন্ত হৈ উঠিব। ছাল চিকচিকীয়া হৈ উঠিব৷ সুগন্ধিত মনো সতেজ হৈ উঠিব।

• বাল্টিৰ পানীত সুগন্ধি ‘বাথ ছল্ট’ মিহলাইও ব্যৱহাৰ কৰিব পাৰে। নাথাকিলে সাধাৰণ নিমখ মিহলাই লওক। খহখহীয়া ছালত পানী বেছ সময় ধৰি ৰখাত নিমখৰ ভূমিকা আছে।

• বহুতে পানীত সুগন্ধি ‘এছেনচিয়েল অইল’ মিহলাই ল’বলৈ পছন্দ কৰে৷ নাথাকিলে দুই ফোটা কোলনো মিহলাই ল’ব পাৰে৷ যথেষ্ট সতেজ লাগিব।

• পৰিষ্কাৰ নৰম টাৱেলেৰে গা মচি ক্রিম বা ময়শ্চাৰাইজাৰ লগাওক ভালদৰে ঘঁহি ঘঁহি। মাছাজৰ আৰাম যেনেদৰে পাব, তেনেদৰে ছালো হ’ব নৰম।

• ঢিলা কটনৰ পোছাক পিন্ধি শুই পৰক। চকু-মুখত ঢাকি দিয়ক ঠাণ্ডা গোলাপ জলত ভিজোৱা তুলা। গৰম হৈ গ’লে পুনৰ ভিজাই লওক৷ ৫-১০ মিনিট শুই থাকক।

• ইচ্ছা হ’লে ফ্রিজত ৰখা ঠাণ্ডা তিয়ঁহৰ ৰস মুখত লগাই ৰাখক কিছু সময়। শুকাই গ’লে ধুই লওক ঠাণ্ডা পানীৰে। ছাল শুকান লাগিলে অলপ ময়শ্চাৰাইজাৰ লগাই ল’ব পাৰে।

• ইয়াৰ পিছত অলপ টোপনি মাৰক নহ’লে পছন্দৰ পানীয় বা ফলৰ ৰসত চুমুক দি কিতাপ পঢ়ক বা গান শুনক৷ বছ, হৈ গ’ল৷
সেয়ে চিন্তাৰ কোনো কাৰণ নাই৷ কৰোনাৰ সময়তো ঘৰতেই মন ভালে ৰাখিব পাৰিব এই স্পাৰ যোগেদি৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share5Tweet3Send

Related Posts

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d