নিউজ ডেস্কঃ
ক’ৰনা দ্ৰুত বৃদ্ধি বাবে স্থগিত হল হাইস্কুল শিক্ষান্ত পৰীক্ষা।১১ মে’ পৰা অনুষ্ঠিত নহয় মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা।এক জাননী জৰিয়তে ঘোষণা ছেৱাৰ সচিব সুৰঞ্জনা সেনাপতি।
উল্লেখ ক’ৰনা পৰিস্থিতি উন্নত হলে নতুনকৈ পৰীক্ষা সময়সূচী ঘোষণা কৰা হব বুলি জাননী খনত স্পষ্ট প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।
গুৰুত্বপূৰ্ণ কথা ৰাজ্যত সোমবাৰে ৪৪৮৯গৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে নতুনকৈ ক’ৰনা।কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৬৪৫ গৰাকী এটা দিনত আক্রান্ত হৈছে ক’ৰনাত।
আনহাতে উচ্চতম মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভতো শীঘ্ৰে নতুন সিদ্ধান্ত কথা ঘোষণা কৰিব কৰ্তৃপক্ষই।