ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৫৯৩৯টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৪৮৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬৪৫ জন লোক কামৰূপ মহানগৰৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.০২ শতাংশ। আনহাতে,সোমবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ২৯ জন ব্যক্তিৰ ৷ উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৮.৯১ শতাংশ।
Summary of 03/5/2021
Today’s Total 4489
Overall Positivity Percentage (4489 cases out of 55939 test done = 8.02%)
Kamrup(M) 1645
Death 29
Recovery Rate 88.91%— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) May 3, 2021