ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিমোৰত মমতা ! নন্দীগ্রামৰ পৰা বাতিল হ’ব পাৰে মনোনয়ন

News Desk by News Desk
March 15, 2021
Reading Time: 1 min read
A A
0
বিমোৰত মমতা ! নন্দীগ্রামৰ পৰা বাতিল হ’ব পাৰে মনোনয়ন

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Very Smal 1 | ASSAM TIMES POST
নিউজ ডেস্কঃ

ইতিমধ্যে পুৰুলিয়াৰ জয়পুৰৰ তৃণমূল প্রার্থী উজ্জ্বল কুমাৰৰ মনোনয়ন বাতিল কৰিছে নিৰ্বাচন আয়োগে। শপতনামাত তাৰিখ বিভ্রাটৰ কাৰণে উজ্জ্বল বিশ্বাসৰ মনোনয়ন বাতিল কৰা হৈছিল। ইয়াৰ পিছত তৃণমূলৰ তৰফৰ পৰা আদালতলৈ গৈও কাম নহয়৷ প্রথমে আদালতে মনোনয়ন বাহাল ৰখাৰ নির্দেশ দিছিল। কিন্তু পিছতে নিৰ্বাচন আয়োগৰ সিদ্ধান্তকে চূড়ান্ত বুলি মানি লয় আদালতে। ফলত পুৰুলিয়াৰ জয়পুৰ আসন এতিয়া শাসক শূন্য।

এইবাৰ তৃণমূল প্ৰধান মমতা বেনাৰ্জীৰ নন্দীগ্রামৰ পৰা মনোনয়নক লৈ সংশয় দেখা দিছে। তথ্য গোপন কৰাৰ অভিযোগ তুলি বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীয়ে মনোনয়ন বাতিল কৰাৰ দাবী জনাইছে। শুভেন্দু অধিকাৰীয়ে দাবী কৰিছে, মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত যি শপতনামা দিছে, তাত তেওঁ ৬টা ফৌজদাৰী গোচৰৰ কথা গোপন কৰিছে।শুভেন্দু অধিকাৰীয়ে কয়, মমতা বেনাৰ্জীৰ বিৰুদ্ধে অসমত পাঁচটা ফৌজদাৰী গোচৰ দাখিল কৰা হৈছিল। সেই কথা তেওঁ নিজৰ শপতনামাত উল্লেখ কৰা নাই। ইয়াৰ উপৰি এটি চিবিআইৰ গোচৰৰ কথা উল্লেখ কৰা নাই তেওঁ। শুভেন্দু অধিকাৰীয়ে কয়, শপতনামাত কেতিয়াও ফৌজদাৰী গোচৰৰ কথা গোপন কৰিব পৰা নাযায়। আৰু সেই কাৰণে আমি তেওঁৰ মনোনয়ন বাতিলৰ আবেদন জনাইছো। শুভেন্দু অধিকাৰীয়ে কয়, নির্বাচন আয়োগে দেশৰ আইন মানি সিদ্ধান্ত ল’ব। আয়োগে যি কৰিব, সেয়াই স্বীকাৰ কৰি ল’ম।

উল্লেখ্য, নন্দীগ্রামৰ আসনৰ বাবে ১২ মার্চত মনোনয়ন জমা দিয়াৰ শেষ তাৰিখ আছিল। ১০ মার্চ বুধবাৰে মনোনয়ন জমা দিয়ে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। সোমবাৰে উক্ত মনোনয়নৰ স্ক্রুটিনি আৰম্ভ হৈছে। অহা বুধবাৰে মনোনয়ন প্রত্যাহাৰৰ শেষ দিন। এতিয়া লক্ষণীয় বিষয় হ’ব নির্বাচন আয়োগে শুভেন্দু অধিকাৰীৰ অভিযোগক গুৰুতত্বপূৰ্ণভাবে লৈ নন্দীগ্রামৰ পৰা তৃণমূল নেত্রী মমতা বেনাৰ্জীৰ মনোনয়ন বাতিল কৰে নে নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d