ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বতাহতে গৰ্ভৱতী হ’ল মহিলা ! ১৫ মিনিটতে জন্ম দিলে সন্তান

News Desk by News Desk
February 18, 2021
Reading Time: 1 min read
A A
0
বতাহতে গৰ্ভৱতী হ’ল মহিলা ! ১৫ মিনিটতে জন্ম দিলে সন্তান

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

নিউজ ডেস্কঃ

ইন্দোনেচিয়াৰ এগৰাকী মহিলাৰ অদ্ভুত দাবী শুনি অবাক হ’ব আপুনিও। মহিলাগৰাকীৰ দাবী, তেওঁ দৈৱিকভাবে গর্ভৱতী হৈছিল। স্থানীয় এটি নিউজ চেনেলক মহিলাগৰাকীয়ে কৈছে যে তেওঁ কোনো পুৰুষৰ সৈতে শাৰীৰিক সম্পর্ক কৰা নাই, হঠাৎ শুই থাকোতে বতাহতে তেওঁ গর্ভৱতী হৈছিল।

মহিলাগৰাকীৰ বিভ্রান্তিকৰ দাবী অনুসৰি, তেওঁ বিয়লি প্রার্থনাৰ শেষত নিজৰ বহা কোঠাত বিশ্রাম লৈছিল। হঠাৎ তেওঁ অনুভৱ কৰে যে তেওঁৰ শৰীৰত বতাহ প্রবেশ কৰিছে। এই ঘটনাৰ ১৫ মিনিট পিছত তেওঁৰ পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে আৰু তেওঁৰ পেট ক্ৰমাৎ ডাঙৰ হ’বলৈ আৰম্ভ কৰে। মহিলাগৰাকীক তেতিয়াই ওচৰৰ হস্পিটেললৈ লৈ যোৱা হয় আৰু তাতে তেওঁ এটি স্বাস্থ্যকৰ কন্যা শিশু জন্ম দিয়ে।

মহিলাগৰাকীৰ এই উদ্ভট কাহিনীটো কিছু সময়ৰ ভিতৰতে ভাইৰেল হৈ যায়। ইয়াৰ পিছত স্থানীয় কমিউনিটি ক্লিনিকৰ প্রধান মহিলাগৰাকীৰ খবৰ ল’বলৈ আৰু বিষয়টো সম্পৰ্কে জানিবলৈ তাত গৈ উপস্থিত হয়। তেওঁ তাত গৈ জানিব পাৰে যে মহিলাগৰাকীৰ বিয়া হৈছে আৰু তেওঁ স্বামীৰ পৰা পৃথকে থাকে।

ইতিমধ্যে তেওঁৰ এটি কন্যা সন্তান আছে। কমিউনিটি ক্লিনিকৰ প্রধান ইমান ছুলেমানে কয়, ‘তদন্তৰ সময়ত দেখা গৈছে মাতৃ আৰু শিশু সুস্থ আছে। স্বাভাৱিক ডেলিভাৰি হৈছে। শিশুটিৰ ওজন ২.৯ কেজি। ছুলেমানে লগতে কয় যে এইটো ‘গোপন গর্ভাৱস্থাৰ’ এটি ঘটনা বুলি অনুমান হৈছে, য’ত মহিলাগৰাকীৰ প্রসৱৰ আগতে গর্ভাৱস্থা অনুভৱ হোৱা নাই। স্থানীয় আৰক্ষীয়েও এই বিষয়ত তদন্ত আৰম্ভ কৰিছে। মহিলাগৰাকীৰ পূৰ্বৰ বিবাহসহ সকলো দিশ তদন্ত কৰা হৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

by Staff Reporter
June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

by Staff Reporter
June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

by News Desk
June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

by News Desk
June 27, 2026
50
ADVERTISEMENT
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx